• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুৰাৰ নিচাত! অভিনেত্ৰীৰ ভৰি চেলেকিছে ৰাম গোপাল বাৰ্মাই; ইণ্টাৰনেটত ভাইৰেল ‘লজ্জাজনক’ ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2022 1:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Ram Gopal Varma kissed and licked ৰামগোপাল বাৰ্মা নামটো সদায় বিতৰ্কৰ সৈতে জড়িত থাকে। শেহতীয়াকৈ পৰিচালকজনে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে য’ত তেওঁক অভিনেত্ৰী আশু ৰেড্ডীৰ সৈতে দেখা গৈছে। সেয়া শ্বেয়াৰ কৰি তেওঁ লিখিছে, “আৰু কিবা এটাৰ বাবে অপেক্ষা কৰক।”

আশুৱে নিজেই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে যিটোৱে বহুতৰেই দৃষ্টি আকৰ্ষণ কৰিছে। ভিডিঅ’টোৰ শিৰোনামটোত অভিনেত্ৰীগৰাকীয়ে লিখিছে, “এজন মানুহক পূজা অগণন, অন্তহীন আৰু প্ৰায়ে বিপদজনক…! ৮০০ হাজাৰ প্লাছ ভিউছ আৰু অধিক বাঢ়ি আছে। অৱশ্যে, নেটিজেনসকলে ভিডিঅ’টো অপ্ৰয়োজনীয় বুলিয়েই ভাৱিছে।

ভিডিঅ’টোত, আশুক চোফাত বহি থকা দেখা গৈছে। ৰামগোপাল বাৰ্মাই তেওঁৰ ভৰিত কাষত বহি আছে। পিছফালৰ টেবুলত আছে ৱাইনৰ বটল। তেওঁ আশুৰ ভৰিত চুমা খাই আছে।

Apply Now

ৰামগোপালে নিজেই বুধবাৰে নিশা এটা ৩০ মিনিটৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল। যাৰ শিৰোনামটোত বলীউডৰ এসময়ৰ জনপ্ৰিয় পৰিচালকজনে লিখিছে, ‘সম্পূৰ্ণ ভিডিঅ’টো পোষ্ট কৰিলো। নিজৰ ৰিস্কত চাওক।‘

দেখা গৈছে যে দক্ষিণৰ নায়িকাগৰাকীয়ে হুক্কা টানি আছে। ৰামগোপালে তেওঁৰ ভৰিৰ সন্মুখত বহি প্ৰথমে জোতা খুলিলে। তাৰ পিছত তেওঁ কেৱল ভৰিত চুমা খাইয়েই শান্ত নাথাকিল, নায়িকাৰ অনুমতি লৈ আঙুলিও চেলেকি দিলে।

Where is the DANGEROUS mark in ASHU REDDY ..Full video in 30 mints at 9.30 pm pic.twitter.com/34lp6eHjC5

— Ram Gopal Varma (@RGVzoomin) December 6, 2022

ৰাম গোপালে দাবী কৰিছে যে এই ভিডিঅ’টোৰ জৰিয়তে তেওঁ সকলোকে মহিলাসকলৰ সৈতে কেনেদৰে আচৰণ কৰিব লাগে সেয়া মনত পেলাই দিব বিচাৰিছে।

ৰামগোপাল আৰু আশু ৰেড্ডীৰ এই ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। যিটো বেছিভাগ নেটিজেনৰে ‘ৰুচিহীন’ আৰু ‘ঘৃণনীয়’ লাগিছে।

Here is my Full video with the DANGEROUS ASHU REDDY…Watch at your own RISK https://t.co/MsOGO6uo54

— Ram Gopal Varma (@RGVzoomin) December 6, 2022

কমেন্ট কৰি কোনোবা এজনে লিখিছে, “ৰামগোপাল এসময়ত বলীউডৰ অন্যতম প্ৰসিদ্ধ পৰিচালক আছিল। অভিনেতাসকলে তেওঁৰ সৈতে কাম কৰিবলৈ আগ্ৰহী আছিল। আজি আপুনি নিজকে কিমান তলত ৰাখিছে সেয়া দেখি দুখ লাগিছে। আন এজনে লিখিছে, “ডিঙিলৈকে সুৰা পান কৰাটো স্পষ্ট। চি: চি:  কথাবোৰো লাগি ধৰিছে।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd