• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাম মন্দিৰৰ ভূমি পূজন: গুৱাহাটীত ঠায়ে ঠায়ে বন্তি প্ৰজ্বলন; উগ্ৰতাৰাত আৰতি

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
August 5, 2020 8:55 pm
Ram Mandir Bhoomi Poojan: Guwahati's Ugratara Devalaya offers aarati
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন কৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভূমি পূজন অনুষ্ঠানৰ লগত সংগতি ৰাখি মহানগৰীৰ বিভিন্ন স্থানত পতাকা উৰুৱাৰ লগতে বন্তি প্ৰজ্জ্বলন কৰে৷

গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয়ত দেৱীৰ ওচৰত আৰতি প্ৰদান কৰে৷

Apply Now

মহানগৰীৰ উগ্ৰতৰা দেৱালয়ত বন্তি প্ৰজ্বলন কৰে৷ ১০৮ গছি বন্তি প্ৰজ্বলন কৰি চৌহদ পোহৰাই তোলাৰ লগতে আৰতি প্ৰদান কৰি দেৱীৰ ওচৰত ৰাম মন্দিৰৰ নিৰ্মান কাৰ্য্যত বাধা নহবলৈ প্ৰাৰ্থনা জনায়৷

ইপিনে উগ্ৰতাৰা দেৱালয়ত উপস্থিত থাকি সদৌ অসম দেৱালয় সংঘৰ প্ৰধান সম্পাদক কৈলাস শৰ্মাই কয়, “আজিৰ দিনটো ঐতিহাসিক আৰু অতি আনন্দৰ দিন৷ এই দেৱালয়তে ৰামচন্দ্ৰৰ গুৰু বশিষ্ঠ মুনিয়ে তপস্যা কৰি সিদ্ধি লাভ কৰিছিল ৷ সেয়ে দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে শিলান্যাসৰ পৰা পুৰ্নাংগ মন্দিৰ হোৱাত কোনো বাধাৰ সৃষ্টি নহয়”৷

আনহাতে দিনৰ ভাগত মালিগাওঁৰ গোশালাত থকা ৰাম মন্দিৰত সমাজিক দূৰত্ব বজাই ৰাখি পূজা অৰ্চনা কৰে অখিল ভাৰত হিন্দু মহাসভাৰ কাৰ্যকৰ্তাই।

লগতে ৰাম মন্দিৰ ভূমি পূজন উপলক্ষে গনেশগুৰিৰ জানকী বল্লভ মন্দিৰত পূজা অৰ্চনা কৰে জনসাধাৰনে৷

ইফালে ৰাম মন্দিৰৰ ভূমি পূজন কাৰ্য সূচীৰ সৈতে সংগতি ৰাখি মহানগৰীৰৰ ভক্তপ্ৰাণ ৰাইজে নিজৰ ঘৰৰ পদূলিত বন্তি প্ৰজ্জ্বলন কৰে৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd