DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘পিতৃ পক্ষ’ৰ বাবেই আৰম্ভ কৰিব পৰা নাই ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2020 10:27 am
temple-41596562270496
543
VIEWS
Share on FacebookShare on Twitter

দশকজোৰা আইনী যুদ্ধৰ অন্তত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ অনুমতি পোৱাৰ পিছতে সৌসিদিনা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম মন্দিৰৰ শিলান্যাস কৰিলে।

কিন্তু শাস্ত্ৰত থকা বাধাৰ বাবে এতিয়ালৈকে আৰম্ভ কৰিব পৰা হোৱা নাই ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য।

ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টৰ কৰ্মকৰ্তা চম্পত ৰাইয়ে প্ৰকাশ কৰা অনুসৰি এতিয়া পিতৃ পক্ষ চলি থকা বাবেই মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পৰা হোৱা নাই।

তেওঁৰ মতে   পিতৃ পক্ষৰ সময়ত পূৰ্ব পুৰুষ সকলক স্মৰণ কৰা হয়।  এই সময়ছোৱাত কোনো নিৰ্মাণ কাৰ্য হাতত লোৱা মানা ।

সেইবাবেই ১৭ ছেপ্তেম্বৰৰ পিছতেই মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য ৰাম মন্দিৰৰ ভেটি প্ৰস্তুতৰ বাবে ইতিমধ্যে ১২০০ খণ্ড বিশেষ শিল অযোধ্যালৈ অনা হৈছে।

নিৰ্মাণ কৰিবলগীয়া ৰামমন্দিৰটো কমেও ১০০০ বছৰ একেদৰে টিকি থাকিব বুলি মন্দিৰ নিৰ্মাণ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

মন্দিৰৰ মাটি পৰীক্ষা কৰিব চেন্নাইৰ আই আই টিৰ বিশেষজ্ঞৰ দলে।মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিব লাৰ্ছেন এণ্ড টুব্ৰ’ই।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd