• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰামোজী ফিল্ম চিটিৰ প্ৰতিস্থাপক ৰামোজী ৰাও আৰু নাই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 8, 2024 8:27 am
221
VIEWS
Share on FacebookShare on Twitter

ৰামোজী চলচ্চিত্ৰ চহৰৰ প্ৰতিষ্ঠাপক তথা ইটিভি নেটৱৰ্কৰ মুৰব্বী ৰামোজী ৰাও আৰু নাই। শনিবাৰে পুৱতি নিশা তেলেংগানাৰ হায়দৰাবাদৰ ষ্টাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৰামোজী ৰাওৱে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৭ বছৰ। চিকিৎসাধীন অৱস্থাতে আজি পুৱতি নিশা ৩ বাজি ৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে ৰাওৱে।

ৰামোজী ৰাওৰ মৃত্যুত শোক প্ৰকাশ কৰি বিজেপিৰ জ্যেষ্ঠ নেতা জি কিষাণ ৰেড্ডীয়ে X ত পোষ্ট কৰে “শ্ৰী ৰামোজী ৰাওৰ মৃত্যুত দুখ প্ৰকাশ কৰিছোঁ। তেলেগু সংবাদ মাধ্যম আৰু সাংবাদিকতালৈ তেওঁৰ উল্লেখযোগ্য অৱদান প্ৰশংসনীয়। তেওঁৰ পৰিয়ালৰ সদস্যসকললৈ মোৰ সমবেদনা। ওম শান্তি”।

Recent News

২২ মে’ত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব পুনৰ্বিকশিত হয়বৰগাঁও ৰে’লৱে ষ্টেচন

২২ মে’ত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব পুনৰ্বিকশিত হয়বৰগাঁও ৰে’লৱে ষ্টেচন

মানহানিৰ গোচৰত শশী থাৰুৰলৈ জাননী জাৰি কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

মানহানিৰ গোচৰত শশী থাৰুৰলৈ জাননী জাৰি কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

দেশৰ প্ৰসিদ্ধ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী, পদ্ম বিভূষণ ড০ জয়ন্ত নাৰ্লিকাৰৰ ৮৭ বছৰ বয়সত দেহাৱসান

দেশৰ প্ৰসিদ্ধ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী, পদ্ম বিভূষণ ড০ জয়ন্ত নাৰ্লিকাৰৰ ৮৭ বছৰ বয়সত দেহাৱসান

ন্যায়িক সেৱাত প্ৰৱেশৰ বাবে তিনি বছৰীয়া আইনী চৰ্চা বাধ্যতামূলক কৰিলে উচ্চতম ন্যায়ালয়ে

ন্যায়িক সেৱাত প্ৰৱেশৰ বাবে তিনি বছৰীয়া আইনী চৰ্চা বাধ্যতামূলক কৰিলে উচ্চতম ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd