• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাজোৰ খলিহামাৰীত গৰাখহনীয়াই নিঃশেষ কৰিলে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ

স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে ক্ষুব্ধ অঞ্চলবাসী

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
May 2, 2019 7:19 am
erosion

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীৰ্থ নগৰী হাজোৰ খলিহামাৰী অঞ্চলত পাগলাদিয়া নৈৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অঞ্চলটোত অব্যাহত থকা প্ৰবাল গৰাখহনীয়া ৰোধ কৰিবলৈ প্ৰশাসন ব্যৰ্থ হোৱাত এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলটোৰ নৈ পৰীয়া ৰাইজ।

যোৱা কিছুদিন ধৰি অঞ্চলটোত অব্যাহত থকা পাগলাদিয়াৰ বিধ্বংসী খহনীয়াই এফালৰ পৰা নিশ্চিহ্ন কৰিছে কৃষিভূমি, মানুহৰ ঘৰ-দুৱাৰৰ লগতে বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। ইতিমধ্যে গৰাখহনীয়াৰ কবলৰ পৰা পৰিত্ৰাণ পাবলৈ খলিহামাৰী অঞ্চলৰ বহু পৰিয়ালে নিজৰ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ গতি কৰিছে।

Apply Now

বিগত বছৰ বছৰ ধৰি অব্যাহত থকা গৰাখহনীয়াৰ ফলত গৃহহীন হোৱা অঞ্চলটোৰ পৰিয়ালসমুহে এতিয়া আশ্ৰয় ল’ব লগীয়া হৈছে পথ-মথাউৰিৰ ওপৰত। ইয়াকে লৈ স্থানীয় ৰাইজৰ মাজত প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ হোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ পিছতো এই পৰ্যন্ত এবাৰো অঞ্চলবাসীৰ খবৰ ল’বলৈ যোৱা নাই স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়া। তদুপৰি জল সম্পদ বিভাগেও নিৰ্বিকাৰ ভূমিকা অৱলম্বন কৰি আছে।

আনহাতে এই গৰাখহনীয়াৰ কবলৰ পৰা অঞ্চলবাসীক নিৰাপত্তা প্ৰদান কৰিবলৈ চৰকাৰক কাতৰ অনুৰোধ জনাইছে এইসকল দুৰ্ভগীয়া ৰাইজে।

মৃদুল প্ৰীতম ডেকা

মৃদুল প্ৰীতম ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am
ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

September 1, 2026 11:34 am
নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

September 1, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd