• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ বৰঘূলীত গৰাখহনীয়াই নিঃশেষ কৰিলে বহু পৰিয়াল ঘৰ-দুৱাৰ; স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে ক্ষুব্ধ গাঁওবাসী

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , September 7, 2018 12:22 pm

1 min read

Screenshot_20180907_110751

ফটো : নৰ্থ-ইষ্ট নাও

114
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ কলিয়াবৰৰ বৰঘূলী অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বৰঘূলীত অব্যাহত থকা প্রৱাল গৰাখহনীয়া ৰোধ কৰিবলৈ প্ৰশাসন ব্যৰ্থ হোৱাত এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলটোৰ নৈ পৰীয়া ৰাইজ।

যোৱা কিছুদিন ধৰি অঞ্চলটোত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াই এফালৰ পৰা নিশ্চিহ্ন কৰিছে কৃষিভূমি, মানুহৰ ঘৰ-দুৱাৰৰ লগতে বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। ইতিমধ্যে গৰাখহনীয়াৰ কবলৰ পৰা পৰিত্ৰাণ পাবলৈ বৰঘূলী অঞ্চলৰ বহু পৰিয়ালে নিজৰ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ গতি কৰিছে।

বিগত পোন্ধৰ বছৰে ধৰি অব্যাহত থকা গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাত অঞ্চলটোৰ গৃহহীন পৰিয়ালসমুহে এতিয়া আশ্ৰয় ল’বলগীয়া হৈছে পথ-মথাউৰিৰ ওপৰত। এই লৈ স্থানীয় ৰাইজৰ মাজত প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ হোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ খোদ গৃহ সমষ্টিতে এনেদৰে গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে যদিও এই পৰ্যন্ত নিৰ্বিকাৰ ভূমিকা অৱলম্বন কৰি আছে স্থানীয় বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত।

আনহাতে এই গৰাখহনীয়াৰ কবলৰ পৰা অঞ্চলবাসীক নিৰাপত্তা প্ৰদান কৰিবলৈ চৰকাৰক কাতৰ অনুৰোধ জনাইছে এইসকল দুৰ্ভগীয়া ৰাইজে।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd