• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱালক আঁতৰোৱাৰ অভিযানত হিন্দুত্ববাদী ৰামসেনা

বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকৰ নাম মুখ্য মন্ত্ৰীৰূপে প্ৰস্তাৱ, ৰাজ্যত চলাব স্বাক্ষৰ অভিযান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 22, 2019 10:17 pm
Ramsena no more wants Sonowal as CM

সংবাদমেলত ৰামসেনা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক নাভূত নাশ্ৰুত কাণ্ড। সৰ্বানন্দ সোণোৱালক আঁতৰাই জ্যেষ্ঠ আৰ এছ এছ নেতা তথা বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শর্মাক অসমৰ মুখ্য মন্ত্ৰী পাতিব খুজিছে হিন্দুত্ববাদী সংগঠন ৰামসেনাই।

বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি হ’ব বুলি ফনীন্দ্ৰ নাথ শৰ্মাৰ নাম চৰ্চিত হৈ থকাৰ মাজতে তেওঁক ৰাজ্যৰ মুখ্য মন্ত্ৰী কৰাৰ অভিযানত নামিছে সংগঠনটো।

Apply Now

শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সৰ্বানন্দ সোণোৱালক মুখ্য মন্ত্ৰী হিচাপে সম্পূৰ্ণ বিফল আখ্যা দিয়াৰ লগতে তেওঁৰ দিনতে ৰাজ্যত থলুৱা হিন্দুৰ সুৰক্ষা নাইকিয়া হৈছে বুলি গুৰুতৰ অভিযোগ তোলে।

‘বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মুৰব্বী তথা জাতীয় নায়ক খ্যাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতে অসমৰ থলুৱা হিন্দু লোকৰ সুৰক্ষা নাইকিয়া হৈছে। তেওঁৰ শাসন কালতেই লাভ জেহাদৰ দৰে ঘটনা দুগুণে বৃদ্ধি পাইছে। নামঘৰ, মন্দিৰত চুৰি কাৰ্য্য বৃদ্ধি পাইছে। চৰকাৰৰ কাৰ্য্যকাল শেষ হ’বৰ হ’ল সত্ৰৰ মাটি বে-দখল মুক্ত কৰিব নোৱাৰিলে।’ ৰামসেনাৰ প্ৰমুখ দেৱজিত ডেকাই সংবাদমেলত এইদৰে কয়।

এই অভিযোগ উত্থাপন কৰি তেওঁ লগতে কয় ‘সেয়েহে ভাৰতৰ আন আন ৰাজ্যৰ লেখীয়াকৈ অসমতো সংঘ পৰিবাৰৰ কোনো নিষ্ঠাৱান লোকক অসমৰ মুখ্য মন্ত্ৰী হিচাপে অধিষ্ঠিত কৰিব লাগে। এই এবছৰ সময়ছোৱাৰ ভিতৰত সংঘ পৰিবাৰৰ নিষ্ঠাৱান কৰ্মী তথা ৰাজ্যিক বিজেপিৰ মুখ্য সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাক মুখ্য মন্ত্ৰী পাতিলে সকলো পৰ্য্যায়ৰ কৰ্মীৰ মাজত দুগুণ উৎসাহ বাঢ়িব।’

তাৎপৰ্য্যপূৰ্ণভাৱে, মুখ্য মন্ত্ৰী সোণোৱালক আঁতৰাই শৰ্মাক মুখ্য মন্ত্ৰী পতাৰ সমৰ্থনত কাইলৈৰ পৰা স্বাক্ষৰ অভিযান চলাব বুলি ডেকাই ঘোষণা কৰে।

‘কাইলৈৰ পৰা আমি এই সম্পৰ্কত sign campaigning  কৰিম আৰু জনমত গঠন কৰিম। বিভিন্ন হিন্দুত্ববাদী সংগঠনে আমাক সহযোগ কৰিব বুলি ইতিমধ্যে কথা দিছে।” তেওঁ কয়।

তদুপৰি এই বিষয় লৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰে ৰামসেনাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd