• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহাৰৰ ৰামবিলাস পাছোৱানক অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ কৰিব বিজেপিয়ে

কংগ্ৰেছৰ বাটেৰেই বাট বুলিছে বিজেপিয়ে; বিহাৰ ৰাজনীতিৰ অংকৰ পৰিণতি 'অসমৰ ৰামবিলাস পাছোৱান'

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2019 7:34 pm
RamVilas
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সততে কংগ্ৰেছক ‘খিলঞ্জীয়া বিৰোধী’ আখ্যা দিয়া অসম বিজেপিয়ে নিজৰ স্বৰূপ ক্ৰমে উদঙাই আনিছে নিজৰ কামৰ মাজেৰে। বহু সময়ত কংগ্ৰেছৰ বাটেৰেই বাট বোলা বিজেপিয়ে এইবাৰ অসমৰ বায়ু-পানীৰ সৈতে কেতিয়াও সম্পৰ্ক নথকা এজন বহিৰাগতক ৰাজ্যখনৰ পৰা ৰাজ্যসভালৈ পঠিওৱাৰ সিদ্ধান্ত লৈছে।

জানিব পৰামতে, দলটোৰ বিহাৰ ৰাজনীতিৰ অংকৰ পৰিণতি হিচাপে অসমৰ সাংসদ হ’বলৈ ওলাইছে লোক জনশক্তি পাৰ্টিৰ মুৰব্বী ৰামবিলাস পাছোৱান। আজি দিল্লীত এই কথা নিশ্চিত কৰে লোক জনশক্তি পাৰ্টিৰ অসম শাখাৰ দায়িত্বত থকা জোনমণি দাসে। ৰামবিলাস পাছোৱান বৰ্তমান বিহাৰৰ হাজিপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা এন ডি এ চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী।

Apply Now

অলপতে বিজেপিয়ে এন ডি এৰ অংশীদাৰ বিহাৰৰ লোক জনশক্তি পাৰ্টিৰ সৈতে বিহাৰত আগন্তুক লোকসভাৰ বাবে আসন ভাগ বাটোৱাৰাৰ বুজাবুজিত উপনীত হৈছিল। ৰাজ্যখনৰ ৪০ খনৰ কেৱল ৬খন আসনত সন্তুষ্ট থকাৰ পুৰস্কাৰ স্বৰূপে দলটোৰ শীৰ্ষ নেতাজনক অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱাৰ অংক তেতিয়াৰে।

জানিব পৰামতে, অহা এপ্ৰিল মাহত অসমক ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰি থকা প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ কাৰ্য্যকাল অন্ত পৰিব। লগতে সাংসদ শান্তিউছ কুজুৰৰ আসনখনো খালী হ’ব। বিহাৰৰ নেতাজনক খালী হ’ব লগীয়া এই দুখন আসনৰ এখনত এন ডি এৰ সাংসদ হিচাপে নিৰ্বাচন কৰি পঠোৱা হ’ব।

উল্লেখযোগ্য যে ৰাজ্যসভাৰ খালী হ’ব লগীয়া আসন দুখনৰ এখনতো কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী কৰোৱাৰ সম্ভাৱনা নাই। কাৰণ ১২৬জন বিধায়কৰ মাত্ৰ ২৫জনহে কংগ্ৰেছৰ বিধায়ক আছে। গতিকে পাছোৱানক সহজেই জয়ী কৰাব পাৰিব বিজেপিয়ে।

মন কৰিব লগীয়া যে ৰাজ্যসভাৰ দুয়োখন আসনতে অসমৰ থলুৱা মানুহ নিৰ্বাচিত কৰি কংগ্ৰেছৰ ব্যতিক্ৰম হিচাপে দৃষ্টান্ত ৰখাৰ যথেষ্ট সুযোগ আছিল বিজেপিৰ হাতত। কিন্তু তাৰ বিপৰীতে বিজেপিয়ে এই সিদ্ধান্তৰে অসমীয়া মানুহক হতাশ কৰিলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm
ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

August 29, 2026 4:56 pm
তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm
ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

August 29, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd