• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হঠাতে শ্বুটিং ছেটত অচেতন হৈ পৰিল ৰণবীৰ হুডা! ততাতয়াকৈ নিয়া হ’ল হাস্পাতাললৈ, তাৰপিছত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2023 10:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ। অভিনেতা ৰণবীৰ হুডা ঘোঁৰাৰ পৰা পৰি আঘাতপ্ৰাপ্ত হৈছে। একাংশ সংবাদ মাধ্যমৰ সূত্ৰই এই খৱৰ প্ৰকাশ কৰিছে। তেওঁৰ আঘাত গুৰুতৰ হোৱাৰ বাবে তেওঁক ততাতৈয়াকৈ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পাতাললৈ লৈ যোৱা হয়।

বাতৰি অনুসৰি, ৰণদীপ হুডাই ঘোঁৰাত বহি এটা দৃশ্যৰ শ্বুটিং কৰি আছিল। হঠাতে, অভিনেতাজনে তেওঁৰ সংজ্ঞা হেৰুৱাই পেলায়।

লগতে পঢ়ক: ৩৭৯ ৰাণৰ দুৰ্দান্ত ইনিংছৰ সুবাদতে টী-২০ দলত পৃথ্বী! অক্ষৰ-ৰাহুলক ছুটী, দললৈ উভতিল জাদেজা

Apply Now

হাইৱে চলচ্চিত্ৰত আলিয়া ভট্টৰ সৈতে অভিনয় কৰাৰ পিছত ৰণদীপ হুডাই দৰ্শকৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। অভিনেতাজনৰ অনুৰাগীৰ সংখ্যাও কম নহয়। সেয়েহে দুৰ্ঘটনাটোৰ খবৰ মুকলিকৈ ওলাই অহাৰ লগে লগে ৰণদীপৰ অনুৰাগীসকলে উদ্বেগ প্ৰকাশ কৰিছে।

ঘটনাটো দুদিন আগতে সংঘটিত হৈছিল। চিকিৎসকসকলে তেওঁক সম্পূৰ্ণ বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিছে। একাধিক সূত্ৰৰ মতে বৰ্তমান অভিনেতাজনৰ শাৰীৰিক অৱস্থা সুস্থিৰ।

উল্লেখ্য যে যোৱা বছৰো হাইৱে খ্যাত অভিনেতা ৰণদীপ হুডা ছবিখনৰ ছেটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। চলমান খানৰ ৰাধেৰ একচন চিকুৱেঞ্চৰ দৃশ্যগ্ৰহণৰ সময়ত গুৰুতৰ আঘাত পাইছিল। সেই পৰিস্থিতিত সোঁ আঁঠুৰ অস্ত্ৰোপচাৰও কৰিব লগা হৈছিল। ৰণদীপ হুদাই চিকিৎসালয়ৰ পৰা অস্ত্ৰোপচাৰৰ এখন ফটোও শ্বেয়াৰ কৰিছিল।

লগতে পঢ়ক: Hockey World Cup 2023: স্পেইনক হৰুৱাই হকী বিশ্বকাপত দুৰ্দান্ত আৰম্ভণি ভাৰতৰ

অভিনেতাজন বৰ্তমান তেওঁৰ আহিবলগীয়া ছবি ‘সাভাৰকাৰ’ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে। ছবিখনত ৰণদীপ হুদাক বিনায়ক দামোদৰ সাভাৰকাৰৰ মুখ্য চৰিত্ৰত দেখা যাব। আহিবলগীয়া চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ সময়ত, তেওঁ অ’টিটি মুক্তিপ্ৰাপ্ত ‘CAT’ৰ প্ৰচাৰ সম্পূৰ্ণ কৰিছে। এই সকলোবোৰৰ মাজত ঘটিছে বিপদটো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd