DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰংপুৰ মেলা : অসমৰ দল-সংগঠন উলংগ হ’ব নালাগে, বিধেয়ক বাতিল নহ’লে ৰাজনৈতিক নেতাকহে উলংগ কৰিব

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 16, 2019 9:31 pm
960
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত আজিৰে পৰা আৰম্ভ হৈছে ৰংপুৰ মেলা। তাই আহোম যুৱ পৰিষদ, অসম শিৱসাগৰ জিলা সমূহ আৰু ৰংপুৰ মেলাৰ আয়োজক সমিতিয়ে আয়োজন কৰা নৱম বাৰ্ষিকী  ৰংপুৰ মেলাত ৰাতিপুৱাৰে পৰা লোকে লোকাৰণ্য হৈ পৰে ৰংঘৰ বাকৰি।

এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে ৰংপুৰ মেলা আয়োজক সমিতিৰ সভাপতি চাও দিগন্ত তামুলীয়ে। মৈদাম তৰ্পণ কৰে ৰংপুৰ মেলাৰ আয়োজক সমিতিৰ সম্পাদক চাও সুৰজ গগৈয়ে আৰু উদ্ধোধন কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থতিত থাকে মহন দেওধাই বাইলুং সন্মিলনৰ সভাপতি মানচাও মনোৰঞ্জন ফুকন, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মানচাও দিলীপ গগৈ, আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াৰ লগতে বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনৰ নেতা।

উল্লেখযোগ্য যে আজি ৰংপুৰ মেলাৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জাতীয় দল-সংগঠনে। আজি সকলো দল-সংগঠনে ৰংঘৰ বাকৰিত ঐক্যবদ্ধভাৱে সংকল্প লয় যে আজিৰ পৰা অসমৰ কোনো দল-সংগঠনে উলংগ হৈ প্ৰতিবাদ কৰিব নালাগে। এইবাৰ ৰাজনৈতিক নেতাসকলকহে উলংগ কৰিব ৰাইজে যদিহে বিধেয়কখন বাতিল নকৰে।

আনহাতে ৰংপুৰ মেলাত বিহুৰ লগতে অৰুণাচলী নৃত্য, বৰত নৃত্য, লালিলাং, তাই নৃত্যকে  ধৰি বিভিন্ন জনজাতীয় নৃত্য প্ৰদৰ্শন কৰা হয়। ইয়াৰোপৰি ৰংপুৰ মেলাৰ লগত সংগতি ৰাখি ৰছী টনা, টেকেলী ভঙা, পিছল খুঁটাত বগোৱা চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

নৱম বাৰ্ষিকী  ৰংপুৰ মেলা উপলক্ষে প্ৰকাশ কৰা চে-মুং নামৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ  অধ্যক্ষ ড০ অনিল শইকীয়াই। সন্ধিয়ালৈ ৰংঘৰত বন্তি প্ৰজ্বলন কৰা হয়।

Recent News

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি  লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd