• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰংজুলিত বন বিভাগৰ অভিযানত চোৰাং কাঠসহ দুটাকৈ অবৈধ কাঠফলা মিল জব্দ 

নীলমণি শৰ্মা by নীলমণি শৰ্মা
October 6, 2018 11:33 am
IMG-20181006-WA0004
160
VIEWS
Share on FacebookShare on Twitter

ৰংজুলি বনাঞ্চলত একাংশ বনদস্যূৰ চোৰাং কাঠৰ ব্যৱসায় আৰু সৰবৰাহৰ বিৰুদ্ধে বন বিভাগৰ ধাৰাবাহিক অভিযান চলি আছেl  এনে এটা শেহতীয়া অভিযানত শুকুৰবাৰে ৰংজুলিৰ বনাঞ্চলিক বিষয়া বলেন কুঃ দাসৰ নেতৃত্বত দুটাকৈ অভিযান সম্পন্ন কৰে বন বিভাগেl

প্ৰথমটো অভিযানত অসম-মেঘালয় সীমান্তৰ আলবেলাপাৰাৰ পৰা এটা অবৈধ কাঠ ফলা মিল জব্দ কৰেl  প্ৰথমটো অভিযানৰ পিছতে পুনৰ ভালুকজুলি গাঁৱত দ্বিতীয় অভিযান চলায়l ভালুকজুলি গাওঁত অন্য এটা কাঠফলা মিলৰ লগতে জব্দ  কৰে বৃহৎ পৰিমাণৰ পূৰ্বতে ফালি থোৱা শাল গছৰ বাটাম আৰু তক্তাৰ লগতে উদ্ধাৰ হয় অসংখ্য শাল গছৰ কুণ্ডাl

চোৰাং কাঠখিনি বন বিভাগৰ কাৰ্যালয়লৈ আনিবলৈ দুখনকৈ ট্ৰাকৰ প্ৰয়োজন হয়l  জব্দকৃত কাঠ খিনিৰ বজাৰ মূল্য দুই লাখ টকাতকৈও অধিক হব বুলি বনাঞ্চলিক বিষয়াই জানিবলৈ দিয়েl ইতিপূৰ্বে ৬০ খনতকৈয়ো অধিক কাঠ সৰবৰাহ কৰা গাড়ী, বহু অবৈধ কাঠফলা মিলৰ লগতে অসংখ্য চোৰাং কাঠ জব্দ কৰাৰ উপৰিও একাধিক চোৰাং কাঠ বেপাৰীক কৰায়ত্ব কৰা বুলি বন বিষয়াই জনাইছেl বনাঞ্চলিক বিষয়াগৰাকীয়ে জনাইছে যে চোৰাং কাঠৰ কাৰবাৰীৰ বিৰুদ্ধে আগলৈয়ো তীব্ৰতৰ অভিযান চলোৱা হ’ব।

Recent News

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd