DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰঞ্জন বেজবৰুৱাই সংস্কৃত ভাষাত পৰিৱেশন কৰিব ৰেহমানৰ ‘মা তুঝে চালাম’

স্মিতা ভট্টাটাৰ্য by স্মিতা ভট্টাটাৰ্য
January 25, 2019 9:30 pm
IMG-20190125-WA0001
857
VIEWS
Share on FacebookShare on Twitter

সংস্কৃত গায়ক ৰঞ্জন বেজবৰুৱাই ভাৰতৰ স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ দিনা প্ৰচাৰিত দূৰদৰ্শনৰ (সংস্কৃত) বাৰ্তাৱলী অনুষ্ঠানত এখন স্থায়ী আসন লাভ কৰিলে।

কাইলৈ ২৬ জানুৱাৰিৰ দিনা সন্ধিয়া ৭-০০ বজাত ডিডি ভাৰতী আৰু ডিডি ইণ্ডিয়া চেনেল যোগে তেওঁ আৰ ৰেহমানৰ বিখ্যাৎ দেশপ্ৰেমমূলক গীত ‘মা তুঝে চালাম’ সংস্কৃত ভাষাত পৰিৱেশন কৰিব।

বেজবৰুৱাই জনাইছে যে এই গীতটো নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অতিথি ফেকাল্টী  নাৰায়ণ দত্ত মিত্ৰই সংস্কৃতলৈ অনুবাদ কৰিছে। গীতটোত বাঁহী সংগত কৰিছে প্ৰাঞ্জল বৰাই।

ইয়াৰ উপৰিও বেজবৰুৱাই যোৱা বছৰৰ এপ্ৰিলত বাৰ্তাৱলী অনুষ্ঠানত বিহুৰ সুৰত ‘মধুৰম মধুৰম’ গীতটোও পৰিৱেশন কৰিছিল। বেজবৰুৱাই ভূপেন হাজৰিকা, জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণুৰাভাৰ জনপ্ৰিয় গীতসমূহ সংস্কৃত ভাষাত পৰিৱেশন কৰি ভাৰতৰ চুকে কোণে বিয়পাই দিয়াৰ পণ ৰাখিছে।

এতিয়ালৈকে বেজবৰুৱাই ভূপেন হাজৰিকাৰ ৩খন ডিস্ক উলিয়াইছে। এই কৰ্মই তেওঁক সমগ্ৰ ভাৰততৰ লগতে মধ্য প্ৰাচ্যতো বিখ্যাত কৰি তুলিছে। তেওঁ কৈছে, ‘‘সংস্কৃত ভাষা আৰু ছন্দৰ সমাহাৰেৰে মই অসমৰ লোক সংস্কৃতিক বিশ্বত চিনাকি কৰাই দিম।’’

Recent News

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd