• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰঞ্জন দৈমাৰী ক’ভিড পজিটিভ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 10, 2020 8:14 pm

1 min read

Ranjan Daimary tests positive for COVID-19

ৰঞ্জন দৈমাৰীৰ ফাইল ছবি।

367
VIEWS
Share on FacebookShare on Twitter

এন ডি এফ বিৰ প্ৰাক্তন মুৰব্বী ৰঞ্জন দৈমাৰী শুকুৰবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ৪ জুলাইত তেওঁ স্বাব নমুনা সংগ্ৰহ কৰা হৈছিল।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ অৱস্থাতে তেওঁ ক’ৰ’ণাত আক্ৰান্ত হৈছে।

স্বাব সংগ্ৰহৰ পূৰ্বে তেওঁ জ্বৰ আৰু কাঁহত আক্ৰান্ত হৈছিল।

আজি বিয়লি ভাগত তেওঁৰ পজিটিভ ৰিজাল্ট আহে বুলি জনায় জেইলৰ মহাপৰিদৰ্শক দশৰথ দাসে।

তেওঁ বৰ্তমান মহেন্দ্ৰ মোহন চিকিৎসালয়ত থকা বুলি দাসে জনায়। কিছু সময় পাছতে চিকিৎসাৰ বাবে তেওঁক GMCHলৈ অনা হ’ব বুলি তেওঁ জনায়।

ইপিনে, দৈমাৰীৰ অধিবক্তা মানস শৰণীয়াই জনোৱা মতে দৈমাৰীক প্ৰথমে জাগীৰোডৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও বিচনাৰ অভাৱত পুনৰ গুৱাহাটীলৈ ঘূৰাই অনা হয়।

অৱশ্যে, বৰ্তমান দৈমাৰীক ক’ত ৰাখিছে সেই বিষয়ে জ্ঞাত নহয় অধিবক্তা শৰণীয়া।

ইপিনে, জেল কৰ্তৃপক্ষই দৈমাৰীক জাগীৰোডলৈ নিয়া কথাটো অস্বীকাৰ কৰে।

Tags: COVID-19

Recent News

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd