• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অযোধ্যা গোচৰৰ শুনানি সম্পূৰ্ণ কৰাৰ সময়সীমা বান্ধি দিলে ৰঞ্জন গগৈয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 18, 2019 8:29 pm

1 min read

APW to file fresh affidavit in SC over NRC ranjan gogoi

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

20.6k
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ নৱেম্বৰৰ মাজভাগৰ ভিতৰত দীৰ্ঘদিনীয়া ৰাম জন্মভূমি আৰু বাবৰি মছজিদ ভূমি বিবাদৰ ৰায় দিব পৰা যাব বুলি আশাবাদী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।

মুখ্য ন্যায়াধীশ গৰাকীয়ে আজি অৰ্থাৎ বুধবাৰে অযোধ্যা গোচৰৰ দুয়োপক্ষৰ অধিবক্তাসকলৰ সৈতে এক আলোচনাত বহে আৰু অহা ১৮ অক্টোবৰক গোচৰটোৰ শুনানি সম্পূৰ্ণ কৰাৰ সময়সীমা হিচাপে ধাৰ্য কৰে।

‘আহক আমি সকলোৱে ইয়াক ১৮ অক্টোবৰৰ ভিৰতৰত শেষ কৰিবলৈ যৌথ প্ৰচেষ্টা চলাওঁ। যদি প্ৰয়োজন হয়, ইয়াক সম্পূৰ্ণ কৰাৰ বাবে আমি শনিবাৰ আৰু খোলা দিনকেইটাত অতিৰিক্ত ঘণ্টা শুনানিৰ বাবে বহিবলৈ সাজু আছো।‘ গগৈয়ে কয়।

আজি আলোচনাত মুছলমান পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাৱানে কয়, ‘আমি অহা সপ্তাহৰ শেষৰফালে আমাৰ দাবী-আপত্তি সম্পূৰ্ণ কৰিম’। আনহাতে হিন্দু পক্ষ ৰামললা বিৰাজমানৰ অধিবক্তাই এই সম্পৰ্কত উত্তৰ দিবলৈ দুদিনৰ সময় বিচাৰে।

ৰঞ্জন গগৈয়ে জনাই যে শুনানি সম্পূৰ্ণ হোৱাৰ পিছত বিষয়টোৰ সম্পৰ্কে সিদ্ধান্ত লোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ হাতত চাৰি সপ্তাহৰ সময় থাকিব।

উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে চলিত বছৰৰ ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰাৰ কথা। সেয়ে তাৰ পূৰ্বে এই গোচৰৰ নিষ্পতি হোৱাটো বিচাৰিছে উচ্চতম ন্যায়ালয়ে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd