• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক বিজেপিৰ নিৰ্বাচন : ৰঞ্জিত দাসলৈ সভাপতি হিচাপে অন্য এটা কাৰ্য্যকালৰ সুযোগ?

১১ ছেপ্টেম্বৰৰ পৰা বুথ পৰ্য্যায়ৰ পৰা ৰাজ্যিক পৰ্য্যায়লৈকে চলিব সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 20, 2019 9:55 pm
Ranjit Das

বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিজেপিৰ পৰৱৰ্তী সভাপতি নিৰ্বাচনৰ দিশত দলটো আগ বঢ়াৰ সময়ত চৰ্চালৈ আহিছে বিভিন্নজন পদ প্ৰত্যাশীৰ নাম।

জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা, প্ৰাক্তন সাংসদ ৰমেন ডেকা, বৰ্তমানৰ ৰাজ্যিক উপ-সভাপতি প্ৰদীপ ঠাকুৰীয়াকে ধৰি অন্য বহুকেইগৰাকী পদটোৰ দৌৰত আছে।

Apply Now

কিন্তু দলৰ বিশ্বস্ত খবৰমতে, কেইবাজনো ৰাজ্যিক শীৰ্ষ নেতাৰ নাম চৰ্চাত আছে যদিও বৰ্তমানৰ সভাপতি ৰঞ্জিত দাসে অন্য এটা কাৰ্য্যকালৰ বাবে সুযোগ পোৱাৰ সম্ভাৱনা আন সকলো সম্ভাৱনাতকৈ বেছি।

দাসৰ ঘনিষ্ঠ সূত্ৰটোৰ দাবী, “এইবাৰ অন্য কাকো অগ্ৰাধিকাৰ দিয়া নাই। সভাপতি ৰঞ্জিত দাস এইবাৰলৈয়ো বাহাল থাকিব। বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিয়ে দাসকে সভাপতি হিচাপে বাহাল ৰাখিব।”

সূত্ৰটোৱে যুক্তি হিচাপে দাসে সভাপতিৰ দায়িত্ব লোৱাৰ পিছৰ পৰা বুথ পৰ্য্যায়ত সংগঠনৰ ভেটি মজবুত হোৱা বুলি দাবী কৰে।

“দাসে নিজৰ কাৰ্য্যকালত ৰাজ্যৰ সকলো জিলাতে বুথ পৰ্য্যায়ত কমিটী নিৰ্মাণ কৰিলে। দাসৰ আটাইতকৈ ডাঙৰ কামটো হৈছে বুথ পৰ্য্যায়ত পৃষ্ঠাপ্ৰমুখ নিযুক্তি, যি বিগত কেইবাটাও নিৰ্বাচনত তৃণমূল পৰ্য্যায়ৰ পৰা বিজেপিক শক্তিশালী কৰিছিল”, সূত্ৰটোৱে কয়।

তদুপৰি, দাসৰ কাৰ্য্যকালত দলে উপ-নিৰ্বাচন, স্বায়ত্ত পৰিষদৰ নিৰ্বাচন, লোকসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনকে ধৰি ধাৰাবাহিক সফলতা লাভ কৰি আহিছে।

দলৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মীৰ পৰা উচ্চস্তৰীয় নেতালৈকে সকলোৱে দাসকে সভাপতি হিচাপে বাহাল ৰখাটো বিচাৰিছে বুলিও দাবী সূত্ৰটোৰ।

দলটোৰ ৰাজ্যিক নিৰ্বাচন প্ৰভাৰীৰ দায়িত্বত থকা ভৱেশ কলিতাই আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে অহা ১১ ছেপ্টেম্বৰৰ পৰা বুথ পৰ্য্যায়ৰ পৰা ৰাজ্যিক পৰ্য্যায়লৈকে সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জনায়।

১১ ছেপ্টেম্বৰৰ পৰা ৩০ চেপ্তেম্বৰলৈ বুথ পৰ্য্যায়ৰ সভাপতি আৰু সদস্য নিৰ্বাচন, ১১ ছেপ্টেম্বৰৰ পৰা ৩১ অক্টোবৰলৈ মণ্ডল সভাপতি তথা মণ্ডল সমিতি গঠন, ১১ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ জিলা সভাপতি আৰু ৰাজ্যিক পৰিষদৰ সদস্য নিৰ্বাচন আৰু ১ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈকে ৰাজ্যিক সভাপতি আৰু ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য নিৰ্বাচন অনুষ্ঠিত হ’ব।

ৰঞ্জিত দাস ২০১৭ চনৰ ৩০ জানুৱাৰিত ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd