• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকাশ পালে কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নতুন উপন্যাস ‘প্ৰেমৰ ঘৰ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2025 8:30 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নতুন গ্ৰন্থ ‘প্ৰেমৰ ঘৰ’ প্ৰকাশ পাইছে। আজি প্ৰকাশ হোৱা ‘প্ৰেমৰ ঘৰ’ নামৰ উপন্যাসখন পানবজাৰৰ আগশাৰীৰ প্ৰকাশনগোষ্ঠী ৰেখা প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে। প্ৰেম-ভালপোৱাৰ হৃদয়স্পৰ্শী কাহিনীৰে সংপৃক্ত এই উপন্যাসখন।

‘প্ৰেমৰ ঘৰ’ত মুঠ ২০ টা খণ্ড সন্নিৱিষ্ট আছে। এই খণ্ডকেইটা হৈছে― ফাগুন ফাগুন লগা আবেলি,সৰাপাতত সোঁৱৰণী,কলিতে সৰি মৰহিল সুগন্ধি ফুল,ভালপোৱা ইমান আলসুৱা,এপাহ ফুলিল এপাহ সৰিল ,ভালপোৱা মানে সৰ্বস্ব ত্যাগ,ৰং-চঙীয়া পখিলাৰ জাক,ধানতকৈও ধুনীয়া তুমি,ইজনৰ বুকু আনজনেৰে ভৰা,কোনে কলেজৰ বাটত ৰুমাল পাৰি ছীট ৰাখিছিল বাছত, লহপহকৈ বাঢ়ি আহে ভালপোৱাৰ বন-লতা,প্ৰিয়জনৰ চিঠিৰ ভাঁজে ভাঁজে,চকুৱে চকুৱে কথা ক’লে,কলেজ কেম্পাছৰ মুকলি বতাহ,সময় সোঁৱৰণিৰ এখিলা পাত, পাৰে জানো উৰিব পাখি ভগা পখী,উমি উমি জ্বলে হেঁপাহ,পাৰি জানো পাহৰিব তেজ ৰঙা অতবোৰ স্মৃতি,হৃদয় হেৰুওৱা মানুহে ৰাতি ৰাতি উচুপে আৰু কলিজাৰ কোণত সাঁচি ৰখা ভালপোৱা।

Apply Now

ৰেখা প্ৰকাশনৰ স্বত্বাধিকাৰী দেবেন কলিতাই জানিবলৈ দিয়া অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানত চলি থকা গ্ৰন্থমেলাসমূহত এতিয়াৰে পৰা ‘প্ৰেমৰ ঘৰ’ নামৰ উপন্যাসখন উপলব্ধ হ’ব। উল্লেখযোগ্য যে, ‘প্ৰেমৰ ঘৰ’ হৈছে ৰঞ্জিত পাটগিৰিৰ সপ্তমখন গ্ৰন্থ। ইয়াৰ পূৰ্বে তেওঁৰ চাৰিখন কাব্যগ্ৰন্থ আৰু দুখন উপন্যাস প্ৰকাশ পাইছে। বিগত বৰ্ষত প্ৰকাশ হোৱা ৰঞ্জিত পাটগিৰিৰ ‘জেওৰা’ নামৰ উপন্যাসখনে গ্ৰন্থমেলাসমূহত পাঠকৰ যথেষ্ট সঁহাৰি লাভ কৰা দেখা গৈছিল।

এইবছৰ নতুনকৈ প্ৰকাশ পোৱা ‘প্ৰেমৰ ঘৰ’ উপন্যাসখনকলৈ যথেষ্ট আশাবাদী লেখক ৰঞ্জিত পাটগিৰি। উপন্যাসখন সন্দৰ্ভত পাটগিৰিয়ে আজি সংবাদ মাধ্যমৰ আগত কয়―‘প্ৰেমৰ ঘৰ মোৰ তৃতীয়খন উপন্যাস। এই উপন্যাসখন মূলতঃ এক বাস্তৱ আধাৰিত প্ৰেম কাহিনী। সহজ-সৰল গাঁৱলীয়া লোকৰ জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাত আদিৰো বৰ্ণনা কৰা হৈছে কাহিনীৰ মাজেৰে। লগতে আছে, কৃষিজীৱী সমাজৰ বিভিন্ন ভাল লগা কাহিনী। আশা কৰোঁ, মোৰ পূৰ্বৰ গ্ৰন্থসমূহৰ দৰে পঢ়ুৱৈয়ে নিশ্চয় এই উপন্যাসখনো আদৰি ল’ব।’ ইফালে প্ৰকাশক দেবেন কলিতাইও ‘প্ৰেমৰ ঘৰ’ উপন্যাসখনে পাঠকৰ সমাদৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd