DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অবিশ্বাস্য যাত্ৰা! বলিউদত কাইলৈ ৰাণু মণ্ডলৰ “তেৰি মেৰি কহানী”ৰ আড়ম্বৰপূৰ্ণ মুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2019 7:02 pm
864
VIEWS
Share on FacebookShare on Twitter

কাইলৈ ৰাণু মণ্ডলে কণ্ঠদান কৰা আৰু অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰা “তেৰি মেৰি কহানী” শীৰ্ষক গানটোৱে আনুষ্ঠানিক মুক্তি লাভ কৰিব।

হিমেশ ৰেশমিয়াৰ নতুন ছবি “হেপ্পী হাৰ্ডি এণ্ড হীৰ”ত ৰেশমিয়াৰ সৈতে দ্বৈত কণ্ঠত গোৱা গানটোৰ টিজাৰটোৱে ইতিপূৰ্বে দেশজুৰি নৱ প্ৰজন্মৰ হৃদয়ত স্থান দখল কৰিছে।

জীৱনৰ তিনি কুৰি বসন্ত অত্যন্ত অৱহেলিত অৱস্থাত পাৰ কৰা ৰাণুৰ বাবেও কাইলৈৰ দিনটো হ’ব স্বপ্নতুল্য দিন।

কলকাতাৰ ৰাণাঘাট ৰেইল ষ্টেইশ্যনত গান গাই কোনোমতে জীৱনৰথ টানি থকা ৰাণু মণ্ডলৰ প্ৰতিভাৰ স্বীকৃতিয়ে অবিশ্বাস্য উচ্চতাত হঠাতে আৰোহণ কৰিছিল এজন নিত্যযাত্ৰীয়ে তেওঁৰ গান গাই থকা মুহূৰ্তত ভিডিঅ’ কৰি ছ’চিয়েল মিডিয়াত এৰি দিয়াৰ পাছতে।

দেশৰ সংবাদ মাধ্যমে “ইণ্টাৰনেট চাঞ্চল্য” আখ্যা দিয়া ৰাণুক প্ৰথমেই সুযোগ দিয়াসকলৰ ভিতৰত হিমেশ ৰেশমিয়া অন্যতম। তেওঁ ৰাণুৰ কণ্ঠত মুগ্ধ হৈ তৎক্ষণাত নিজৰ ছবিত সুযোগ দিয়াৰ সিদ্ধান্তটো লৈছিল। তাৰ যোগেদি নিজৰ ছবিৰো বিনামূলীয়া প্ৰচাৰ হৈছিল।

ৰেশমিয়াৰ সৈতে “তেৰি মেৰি কহানী” গীতটোত কণ্ঠদান কৰাৰ পিছতে ৰাণুৰ জনপ্ৰিয়তা অধিক বাঢ়ে আৰু এক প্ৰকাৰৰ ছাডেন চেলিব্ৰেটিত পৰিণত হয়। দেশৰ মানুহে তেওঁৰ গানটো যি ধৰণে শ্বেয়াৰ কৰিছে সেইটো অবিশ্বাস্য।

টীজাৰটো ইতিপূৰ্বে য়ু টিউবত প্ৰায় তিনি লাখ লোকে চাইছে। ইয়াৰ ৰিংটনো উপলব্ধ হৈছে।

গানটো কাইলৈ এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হ’ব, য’ত ৰাণু মণ্ডলে উপস্থিতসকলৰ মনোযোগ কাঢ়ি নিয়াৰ সম্ভাৱনা আছে।

ৰাণুৱে কণ্ঠদান কৰা প্ৰথমখন বলিউডৰ চিনেমা “হেপ্পী হাৰ্ডি এণ্ড হীৰ” প্ৰযোজনা কৰিছে দীপশিখা দেশমুখ আৰু ছবিতা মানকচান্দে।

 

Recent News

Covid-19 Update: দেশত ২৪ ঘন্টাত কৰ’নাত ২০ জন লোকৰ মৃত্যু; ৯০ হাজাৰ অতিক্ৰম সক্ৰিয় ৰোগীৰ সংখ্যা

Covid-19 Update: দেশত ২৪ ঘন্টাত কৰ’নাত ২০ জন লোকৰ মৃত্যু; ৯০ হাজাৰ অতিক্ৰম সক্ৰিয় ৰোগীৰ সংখ্যা

দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ; মাতৃৰ এজাহাৰ

দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ; মাতৃৰ এজাহাৰ

Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd