• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাক লগ কৰিলেই মেনেজাৰে মোক ভৰি ভাঙি দিম বুলি ভাবুকি দিছে : ৰাণু মণ্ডলৰ জীয়েক এলিজাবেথ

এলিজাবেথৰ উপৰি ৰাণুৰ আছে আন তিনিটা সন্তান; জীৱিত আছে দ্বিতীয় স্বামী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2019 12:16 pm
Ranu and daughter

ফটোৰ উৎস : ইণ্টাৰনেট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছ’চিয়েল মিডিয়াৰ মাৰফতত হঠাতে চেলিব্ৰেটি হোৱা ৰাণু মণ্ডলৰ জীয়েক এলিজাবেথ সাথী ৰয়ে কিছুমান চাঞ্চল্যকৰ কথা ৰাজহুৱা কৰিছে।

সুৱদী কণ্ঠৰ অধিকাৰী মহিলাগৰাকীৰ জীৱনৰ বিভিন্ন অকথিত দিশ সম্পৰ্কত ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত এতিয়াও অন্ত নোহোৱা উৎসুকতাত ই নতুন মাত্ৰা যোগ দিছে।

Apply Now

এলিজাবেথৰ অভিযোগ, মাকৰ মেনেজাৰে তেওঁক মাকক লগ কৰিবলৈ দিয়া নাই আৰু সেই চেষ্টা কৰিলে ভৰি ভাঙি দিয়াৰ হুমকি দিছে; এলিজাবেথৰ উদ্ধৃতিৰে প্ৰকাশ কৰা এটা বাতৰিত হিন্দুস্তান টাইমছে কয়।

ৰাণু মণ্ডলক ৰেইল ষ্টেইশ্যনত লতা মংগেশকাৰৰ “এক প্যাৰ কা নাগমা” গানটো গাই থকা মুহূৰ্তত ভিডিঅ’ ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত আপল’ড কৰা অতীন্দ্ৰ চক্ৰবৰ্তীয়ে বৰ্তমান তেওঁৰ মেনেজাৰৰ ভূমিকাত আছে। তেওঁ আৰু তপন দাস “আমৰা সবাই শয়তান ক্লাব”ৰ সদস্য আৰু ক্লাবটোৱে ৰাণুৰ বৰ্তমানৰ চোৱাচিতাৰ দায়িত্ব লৈ আছে।

মাকক ইমান দিনে পৰিত্যক্ত কৰি এতিয়া স্বাৰ্থৰ বাবে কাষ চপা বুলি ছ’চিয়েল মিডিয়া য়ুজাৰৰ পৰাও তীব্ৰ ভৰ্ৎসনাৰ সন্মুখীন হোৱা বাবেও ক্ষোভ প্ৰকাশ কৰে এলিজাবেথে।

তেওঁ নিজৰ জীৱনৰ কঠিন সংগ্ৰাম সত্ত্বেও মাকক মাজে মাজে সহায় কৰিছিল আৰু মাকৰ একাউণ্টত কেতিয়াবা কম কম পৰিমাণৰ টকা ভৰাই দিছিল বুলি দাবী কৰে। মাকৰ চাৰিটা সন্তানৰ ভিতৰত তেৱেঁ একমাত্ৰ যি মাকৰ খা-খবৰ লয়, বিবাহ-বিচ্ছেদিত এলিজাবেথে কয়।

এখন গেলামালৰ দোকান দি নিজৰ কনিষ্ঠ সন্তানৰ সৈতে বাস কৰা এলিজাবেথৰ ভাষ্যৰ পৰা জানিব পাৰি ৰাণু মণ্ডলৰ প্ৰথম স্বামীৰ মৃত্যুৰ পিছত দ্বিতীয় বিবাহ হৈছিল আৰু দ্বিতীয় বিবাহৰ সাক্ষী হিচাপে দুজন সন্তানো আছে। তাৰোপৰি এতিয়াও জীৱিত দ্বিতীয় স্বামী।

“মোৰ দেউতা কেইবছৰমানৰ পূৰ্বে ঢুকালে। মাৰ দ্বিতীয় স্বামীৰ সন্তানকেইজন খুব সম্ভৱ মুম্বাইতে থাকে। অৱশ্যে মই নিশ্চিত নহওঁ। তেওঁৰ দ্বিতীয় স্বামী এতিয়াও জীৱিত। মই তেওঁৰ প্ৰথম স্বামীৰ জীয়েক আৰু এজন ককাই আৰু এজন সতীয়া ভাই আৰু এগৰাকী সতীয়া ভনী আছে। আমাৰ পৰস্পৰৰ সৈতে যোগাযোগ নাই। আনকেইজন সন্তানে কিয় মাৰ যত্ন লোৱা নাই? তেওঁলোকক কোনেও কিয় অপবাদ দিয়া নাই? মই তেওঁলোকক মা আৰু মোক প্ৰতিপালনৰ দায়িত্ব ল’বলৈ আগ বাঢ়ি আহিবলৈ আহ্বান জনাইছো”, কাকতখনত ৰাণুৰ উদ্ধৃতি।

মেনেজাৰ অতীন্দ্ৰ চক্ৰৱৰ্তী আৰু তপন দাসে মাকক ঠগি খোৱা বুলিও অভিযোগ উত্থাপন কৰে এলিজাবেথে।

তেওঁ কয়, “অতীন্দ্ৰ আৰু তপনহে যেন মোৰ মাৰ পুত্ৰ। তেওঁলোক আৰু ক্লাবটোৰ আন আন সদস্যই মাৰ ওচৰলৈ গ’লে মোৰ ভৰি ভাঙি দিম বুলি ভাবুকি দিছে। তেওঁলোকে আনকি মোক ফোনতো কথা পাতিবলৈ নিদিয়ে। তেওঁলোকে মোৰ মাৰ ব্ৰেইনৱাশ্ব কৰি দিছে। মই মাৰ কথা ভাবি একো কৰা নাই। গণ্ডগোল কৰিলে তেওঁ সংগীতত মনোযোগ দিব নোৱাৰিব।”

এলিজাবেথে অতীন্দ্ৰ আৰু তপন কিয় মুম্বাইলৈ মাকৰ সৈতে বাৰে বাৰে যায় বুলিও প্ৰশ্ন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd