• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চতাৰকাযুক্ত হোটেলৰ শৌচাগাৰত অভিনেত্ৰীক বলাৎকাৰৰ অপচেষ্টা, ক’ত ঘটিল এই ঘটনা?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2021 11:38 am
a actrs
345
VIEWS
Share on FacebookShare on Twitter

দেশত এতিয়া বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা।

এতিয়া নিশ্চিদ্ৰ সুৰক্ষা ব্যৱস্থাৰে পৰিৱেষ্টিত পঞ্চতাৰকাযুক্ত হোটেলো নহয় মহিলাৰ বাবে সুৰক্ষিত স্থান।

শেহতীয়াকৈ মুম্বাইৰ এখন পঞ্চ তাৰকাযুক্ত হোটেলত গেৰাকী অভিনেত্ৰীক বলাৎকাৰ কৰিবলৈ অপচেষ্টা চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দক্ষিণ মুম্বাইৰ পঞ্চতাৰকাযুক্ত হোটেল খনৰ শৌচাগাৰৰ ভিতৰতে যোৱা নিশা ৱেব ছিৰিজৰ এগৰাকী অভিনেত্ৰীক বলাৎকাৰৰ চেষ্টা চলায় হোটেল খনৰে এজন কৰ্মচাৰীয়ে।

অভিনেত্ৰীগৰাকীকবলাৎকাৰৰ চেষ্টা চলোৱা হোটেল খনৰ কৰ্মচাৰী জনৰ নাম দিলেশ্বক মহন্ত।

২২ বছৰীয়া দিলেশ্বৰে অসৎ উদ্দেশ্যলৈ পূৰ্বৰে পৰা শৌচাগাৰৰ ভিতৰত লুকাই আছিল আৰু অভিনেত্ৰীগৰাকীয়ে শৌচাগাৰত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ অভিনেত্ৰীগৰাকীক পিছপিনৰ পৰা সাৱটি ধৰিছিল।

এই ঘটনাত চক খাই উঠা অভিনেত্ৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত হোটেলৰ আন কৰ্মচাৰী সেই স্থানত উপস্থিত হৈ অভিনেত্ৰীগৰাকীক ৰক্ষা কৰে।

হোটেলৰ কৰ্মচাৰীয়ে দিলেশ্বৰ মহন্ত নামৰ কৰ্মচাৰীজনক আটক কৰি ৰাখে।

নিশাই অভিনেত্ৰীগৰাকীয়ে এন এম যোশী মাৰ্গ থানাত গোচৰ ৰুজু কৰে যদিও বাতৰি যুগুত কৰা পৰলৈকে আৰক্ষীয়ে অভিযুক্ত লোক জনক গ্ৰেপ্তাৰতো বাদেই আটকো কৰা নাই।

উল্লেখ্য কিছুদিন পূৰ্বে মুম্বাইৰ এখন আদালতে এইবুলি ৰায় দিছিল যে কাপোৰৰ ওপৰত চলোৱা যৌন নিৰ্যাতন অপৰাধ নহয়।

আৰক্ষীয়ে এই ৰায়ৰ বাবেই  নে আন কোনো কাৰণত অভিযুক্ত দিলেশ্বৰ মহন্তক আটক কৰা নাই সেয়া জানিব পৰা হোৱা নাই। ঘটনাটোৱে মায়ানগৰীত যে মহিলা মুঠেও সুৰক্ষিত নহয় সেই কথা পুনৰ বাৰ উদঙাই দিছে।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd