• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যোগীৰ উত্তৰ প্ৰদেশত আন এক চাঞ্চল্য: ধৰ্ষিতা গৰ্ভৱতী কিশোৰী জ্বলাই দিলে অভিযুক্ত ধৰ্ষণকাৰীৰ মাতৃ-ভগ্নীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2022 9:05 pm
Rape Survivor Set On Fire
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ভিতৰতে আটাইতকৈ শ্ৰেষ্ঠ ৰাজ্য আৰু শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ঢাক-ঢোল কোবোৱা যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত নাৰীৰ নিৰাপত্তাৰ নামত থকা বিয়াগোম শূন্যতাৰ আন এক দৃশ্য সম্প্ৰতি পোহৰলৈ আহিছে। ৰাজ্যখনত এইবাৰ ধৰ্ষণৰ বলি হৈ গৰ্ভধাৰণ কৰা এগৰাকী কিশোৰীক জীৱন্তে জ্বলাই দিয়াৰ দৰে নৃশংস ঘটনা সংঘটিত হৈছে।

উত্তৰ প্ৰদেশৰ ইটাৱা জিলাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। প্ৰকাশিত খবৰ অনুসৰি তিনি মাহ পূৰ্বে ধৰ্ষণৰ বলি হৈ গৰ্ভৱতী হোৱা এগৰাকী ১৫ বছৰীয়া কিশোৰীক অভিযুক্ত ধৰ্ষণকাৰীৰ মাতৃ আৰু ভগ্নীয়ে কেৰাচিন ঢালি জুই লগাই দিয়ে।

Apply Now

কিশোৰীগৰাকীয়ে গৰ্ভধাৰণ কৰা বুলি জানিবলৈ পোৱাৰ পিছতে অভিযুক্ত মাতৃ-কন্যাই কিশোৰীগৰাকীক ধৰ্ষণত অভিযুক্ত যুৱকগৰাকীৰ সৈতে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকৰ ঘৰলৈ লৈ যায়।

কিন্তু বিয়া কৰাই দিয়াৰ পৰিৱৰ্তে শনিবাৰে নিশা তেওঁলোকে কিশোৰী গৰাকীৰ শৰীৰত কেৰাচিন ঢালি অগ্নিসংযোগ কৰে। ঘটনা সন্দৰ্ভত ইটাৱাৰ আৰক্ষী অধীক্ষক কমলেশ দীক্ষিতে জানিবলৈ দিয়া মতে ঘটনাৰ বিষয়ে জানিব পাৰি চুবুৰীয়া লোকসকলে গুৰুতৰভাৱে দগ্ধ হোৱা কিশোৰীগৰাকীক উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ লৈ যায়।

পিছে কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰাৰ বাবে চিকিৎসকে চৈফাই চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে কিশোৰীগৰাকীয়ে পেটৰ বিষত ভুগি থকাৰ বাবে মাতৃয়ে পৰীক্ষাৰ বাবে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল আৰু তেতিয়াই কিশোৰীগৰাকীয়ে গৰ্ভধাৰণ কৰাৰ কথা জানিব পাৰে।

ইতিমধ্যে ধৰ্ষণৰ অভিযোগত অভিযুক্ত ২৫ বছৰীয়া যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰৰ লগতে তেওঁৰ মাক আৰু ভগ্নীৰ বিৰুদ্ধে হত্যাৰ চেষ্টা কৰাৰ অভিযোগত ৰুজু কৰা হৈছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিছে।

অভিযুক্ত যুৱকগৰাকীৰ মাতৃক শনিবাৰে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে যুৱকগৰাকী আৰু তেওঁৰ ভগ্নীক আটক কৰাৰ বাবে অনুসন্ধান চলাই থকা হৈছে বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে। আনহাতে কিশোৰীগৰাকীৰ চিকিৎসাৰ বাবে সকলো সহায় আগবঢ়োৱা হৈছে বুলিও তেওঁ লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd