• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুবাৰকৈ ধৰ্ষণৰ বলি হোৱা মহিলাৰ এজাহাৰ দাখিলৰ পাছতো নিৰ্বিকাৰ আৰক্ষী

ছফিকুল আহমেদ by ছফিকুল আহমেদ
March 18, 2019 11:57 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তৰ্জাতিক নাৰী দিৱস উদযাপন তথা নাৰীৰ নিৰাপত্তাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ সময়তে গোৱালপাৰাত এগৰাকী ধৰ্ষণৰ বলি হোৱা মহিলাই ন্যায়ৰ অপেক্ষাত সময় পাৰ কৰিব লগীয়া হৈছে। যিহেতু ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয় বৰ্তমানলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

ঘটনাটো আগিয়া আৰক্ষী চকীৰ অধীনৰ ডৰাপাৰা গাঁৱত মেট্ৰিক পৰীক্ষা চলি থকাৰ সময়ত সংঘটিত হৈছিল। লখিপুৰ আৰক্ষী চকীৰ অধীনৰ মালধৰা গাঁৱৰ মহিলাগৰাকীৰ জীয়েক আগিয়া পৰীক্ষা কেন্দ্ৰত মেট্ৰিক পৰীক্ষা দিয়াৰ কথা আছিল। সেই উদ্দেশ্যে মহিলাগৰাকীয়ে ডৰাপাৰা গাঁৱৰ অজয় নাথ ওৰফে অজিত নাথৰ ঘৰত এটা ঘৰ কিছুদিনৰ কাৰণে ভাড়ালৈ লয়।

Apply Now

জানিব পৰা মতে ভাড়াঘৰৰ মালিক অজয় নাথ বিবাহিত হোৱাৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গ্ৰাম সেৱক। এজাহাৰত ভুক্তভোগী মহিলাগৰাকীয়ে উল্লেখ কৰা মতে অজয় নাথে নিজৰ পত্নী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি ১৩ ফেব্ৰুৱাৰিত প্ৰায় ১১ বজাত মহিলাগৰাকীক ধৰ্ষণ কৰে।

ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীয়ে নিজৰ জীয়েকৰ পৰীক্ষা চলি থকাৰ বাবে ঘটনা সন্দৰ্ভত নিশ্চুপ হৈ থাকে। কিন্তু লম্পট তথা অভিযুক্ত অজয় নাথে পুনৰ ২৬ ফেব্ৰুৱাৰিত মহিলাগৰাকীক ধৰ্ষণ কৰে। আৰু চোকা অস্ত্ৰৰে ভাবুকি প্ৰদৰ্শন কৰি নিজকে আগিয়া অঞ্চলৰ ‘বাঘ’ বুলি কোৱাৰ লগতে আৰক্ষীৰ লগতো সু-সম্পৰ্ক থকা বুলি কয়।

ইফালে ভুক্তভোগী মহিলাগাৰকীয়ে নিজৰ জীয়ৰেকৰ স্বাৰ্থত মনে মনে আছিল যদিও পৰীক্ষা শেষ হোৱাৰ  লগে লগে মাৰ্চৰ প্ৰথম সপ্তাহতে আগিয়া আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে।

এজাহাৰত মহিলাগৰাকীয়ে অজয় নাথে ধৰ্ষণ কৰা বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। কিন্তু মন কৰিবলগীয়া যে ১৭ মাৰ্চলৈকে অভিযুক্ত তথা লম্পট অজয় উক্ত অঞ্চলত মুক্তভাৱে ঘূৰি ফুৰিছে।

ছফিকুল আহমেদ

ছফিকুল আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd