DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীত বন্ধ হোৱাৰ পথত ৰেপিডো বাইক টেক্সি; কাইলৈৰ পৰা অভিযান চলাব পৰিবহণ বিভাগে

উপযুক্ত কৰ্তৃপক্ষৰ পৰা অনুমতি নথকাৰ অভিযোগ; "অনুমতি নাছিল যদি এজন মন্ত্ৰীয়ে কেনেকৈ উদ্বোধন কৰিছিল?" প্ৰশ্ন ৰেপিডো কৰ্তৃপক্ষৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 26, 2019 9:48 pm
Rapido_Bike_Guwahati Rapido responds to Kamrup (M) district transport officer

প্ৰতিনিধিত্বমূলক ছবি।

2k
VIEWS
Share on FacebookShare on Twitter

মহানগৰবাসীৰ মাজত কম সময়ৰ ভিতৰত জনপ্ৰিয় হৈ পৰা আৰু বহুতো যুৱক-যুৱতীয়ে নিজৰ বাইকখনক উপাৰ্জনৰ মাধ্যম কৰি লোৱা ৰেপিডো বাইক টেক্সি সেৱা চৰকাৰে হঠাতে বন্ধ কৰিবলৈ ওলাইছে বুলি জানিব পৰা গৈছে।

এনেকুৱা ব্যৱসায় কৰিবলৈ সংশ্লিষ্ট বিভাগবোৰৰ পৰা প্ৰয়োজন হোৱা অনুমতি আৰু অনুজ্ঞাপত্ৰ নথকা বাবে কোম্পানিটোৰ বিৰুদ্ধে এই ব্যৱস্থা লোৱা হ’ব। টেলিফোনত নৰ্থ-ইষ্ট নাওক জনালে কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া বাপন কলিতাই।

“ৰেপিডো এটা কোম্পানি হয়। মটৰ-ভেহিকল এক্টত আছে কেৱল ৰেণ্টেল কেব বা মটৰচাইকেল টেক্সি ছাৰ্ভিচ। এইটো কৰিবলৈ কিছুমান আনুষ্ঠানিকতা থাকে, সেইখিনি অনুসৰণ কৰিব লাগিব। অন্যথা বন্ধ কৰা হ’ব। তেওঁলোকৰ অনুমতি-অনুজ্ঞাপত্ৰ দেখুৱাব পাৰে যদি দেখুৱাওক।” কলিতাই কয়।

কমিশ্যনাৰ অব ট্ৰেন্সপৰ্টৰ নিৰ্দেশত কোম্পানিটোৰ বিৰুদ্ধে এই অভিযান কাইলৈৰ পৰাই চলোৱা হ’ব বুলি ডি টি অ’ কলিতাই কয়।

ইপিনে ৰেপিডো কৰ্তৃপক্ষৰ হৈ ৰেপিডোৰ জনসংযোগ বিষয়া শুভংকৰ বেনাৰ্জীয়ে ইয়াৰ জৰিয়তে হাজাৰ হাজাৰ যুৱকৰ উপাৰ্জন বন্ধ কৰিবলৈ বিচৰা বুলি মন্তব্য কৰে।

তেওঁ কয়, “আমি পৰিবহণ বিভাগক ইয়াৰ বাবে অনুমতি বিচাৰি আৱেদন কেতিয়াবাই দিছো, কিন্তু সেয়া এতিয়াও বিবেচনাধীন হৈহে আছে।”

বেংগালোৰৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই অসম চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ সকলো সময়তে সাজু আছে বুলিও জনালে শুভংকৰ বেনাৰ্জীয়ে।

যদি আমাৰ কাম বেআইনীয়েই হয়, যদি অনুমতিয়েই নাই তেন্তে চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰীয়ে কিয় ইয়াৰ শুভাৰম্ভ কৰিছিল? মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই অসমত ৰেপিডোৰ বাইকসেৱা মুকলি কৰাৰ কথা সোঁৱৰাই দি বেনাৰ্জীয়ে কয়।

বেংগালোৰত প্ৰধান কাৰ্য্যালয় থকা ৰেপিডো বাইকসেৱাৰ গুৱাহাটীত যোৱা বৰ্ষৰ ১৭ ডিচেম্বৰত আৰম্ভণি হৈছিল। গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই উদ্বোধন কৰিছিল এই সেৱা।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd