• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলেজৰ প্ৰবক্তাই ধৰ্ষণ কৰিলে দশম শ্ৰেণীৰ ছাত্ৰীক! : অভিযুক্ত প্ৰৱক্তা প্ৰবীণ নাৰ্জাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

উচিৎ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী এবছু আৰু ট্ৰাইবেল সংঘৰ

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
May 18, 2021 9:14 pm
Prabin Nazary1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত বেংতলৰ নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰি মৃত্যু মুখলৈ ঠেলি দিয়াৰ অভিযোগত আজি গ্ৰেপ্তাৰ কৰা হ’ল বেংতল কলেজৰ প্ৰবক্তা প্ৰবীণ নাৰ্জাৰীক।

দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুণীখাতা থানাত ২৯/২০২১ নং গোচৰ ৰুজু কৰা হয় আৰু ভাৰতীয় দণ্ডবিধিৰ দফা ৩৭৬(৩),২০১,৩০৬ আৰু শিশু যৌন নিৰ্যাতন প্ৰতিৰোধ আইন (পকছ’)ৰ অধীনত আৰক্ষীয়ে অভিযুক্ত প্ৰবক্তা প্ৰবীণ নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰে।

Apply Now

আৰক্ষীয়ে অভিযুক্ত প্ৰৱক্তাগৰাকীক কাজলগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰি পাঁচ দিনৰ বাবে জিম্মাত বিচাৰে যদিও আদালতে প্ৰবীণ নাৰ্জাৰীক তিনিদিনৰ কাৰণে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

প্ৰৱক্তা প্ৰবীণ নাৰ্জাৰীয়ে অতিকৈ দৰিদ্ৰ পৰিয়ালৰ সম্পৰ্কত খুলশালী কিশোৰীগৰাকীক পঢ়া-শুনাৰ বাবে নিজৰ ঘৰত ৰাখিছিল আৰু আশ্ৰয়দাতা প্ৰবীণ নাৰ্জাৰীয়ে নিজৰ ঘৰতে দশম শ্ৰেণীৰ কিশোৰী ছাত্ৰীগৰাকীক ধৰ্ষণ কৰে।

ইয়াৰ পিছতে ভুক্তভোগী কিশোৰীগৰাকীয়ে প্ৰবীণ নাৰ্জাৰীয়ে তেওঁক ধৰ্ষণ কৰিছে আৰু সেয়া তেওঁ সহজভাৱে মানি ল’ব নোৱাৰি লাজ অপমানতে মৃত্যুৰ পথ বাছি ল’বলৈ বাধ্য হৈছে বুলি চুইছাইড নোট লিখি নিজৰ প্ৰেমিকলৈ প্ৰেৰণ কৰি প্ৰবীণ নাৰ্জাৰীৰ ঘৰতে ফাঁচি লগাই আত্মহত্যা কৰে।

কিশোৰীগৰাকীয়ে আত্মহত্যা কৰাৰ পিছতে প্ৰেমিকে সমগ্ৰ ঘটনাটো ৰাজহুৱা কৰে আৰু অভিযুক্ত প্ৰৱক্তা নাৰ্জাৰীৰ বিৰুদ্ধে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোক আৰক্ষীৰ দ্বাৰস্থ হয়।

ইফালে নাবালিকা ছাত্ৰী গৰাকীৰ আত্মহত্যা কৰা ঘটনাটো গাপ দিয়াৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হয় অভিযুক্ত প্ৰবক্তাগৰাকী। কিন্তু সংবাদ মাধ্যম আৰু আৰক্ষীৰ তৎপৰতাত সকলো ষড়যন্ত্ৰ বিফল হয় আৰু আৰক্ষীয়ে কালিয়ে সোধপোছৰ বাবে প্ৰবীণ নাৰ্জাৰীক আটক কৰি তদন্ত আৰম্ভ কৰে আৰু আজি পুৱা আনুষ্ঠানিক ভাৱে গ্ৰেপ্তাৰ কৰে।

আনহাতে কালি বেংতল-টুক্ৰাঝাৰত দশম শ্ৰেণীৰছাত্ৰী গৰাকীৰ ধৰ্ষণ আৰু আত্মহত্যাৰ কৰা ঘটনাটোক লৈ আজি বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়াৰ ব্যক্ত প্ৰকাশ কৰি অভিযুক্ত প্ৰৱক্তাগৰাকীৰ উচিত শাস্তিৰ দাবী কৰিছে।

এই সংক্ৰান্তত আজি বেংতল আঞ্চলিক এবছুৰ সভাপতি সুশীল ইছলাৰী, সম্পাদক পুৰ্ণ সিং বসুমতাৰী আৰু চিৰাং জিলা এবছুৰ শিক্ষা সম্পাদক টেবাশ্ৰৌন ব্ৰহ্মৰ উপস্থিতিত এখন সংবাদ মেলৰ আয়োজন কৰি উক্ত ঘটনাৰ তীব্ৰ ভাষাত গৰিহণা দিয়ে লগতে ছাত্ৰীগৰাকীৰ এই দুৰ্ভাগ্যজনক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

চিৰাং জিলা ট্ৰাইবেল সংঘই সভ্য সমাজক লজ্জানত কৰা এই জঘন্য ঘটনাৰ এক নিৰপেক্ষ তদন্ত দাবী কৰে লগতে আইনমতে বিচাৰ কৰি দোষী ব্যক্তিজনৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী কৰিছে।

তদুপৰি দুয়োটা সংগঠনে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালক চৰকাৰ তৰফৰ পৰা এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰো দাবী উত্থাপন কৰিছে।

ৰিণয় বসুমতাৰী

ৰিণয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd