DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১০৮ বছৰৰ মূৰত পুনৰ দেখা গ’ল বিলুপ্তপ্ৰায় ফ’মিং ভেকুলী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2021 1:04 pm
WhatsA১২
364
VIEWS
Share on FacebookShare on Twitter

ভবা হৈছিল পৃথিৱীৰ পৰা হয়তো এই বিশেষ প্ৰজাতিৰ ভেকুলী বিধ হেৰাই গৈছে।

কাৰণ বিগত ১০৮ বছৰ ধৰি বিশ্ব কোনো স্থানত এই ভেকুলী বিধ কোনেও দেখা পোৱা নাছিল।

অৰ্থাৎ ১৯১২ চনত অৰুণাচলৰ টেংগা ভেলীত শেষবাৰৰ বাবে দেখা গৈছিল এই ভেকুলী বিধক।

পৃথিৱীৰ পৰা হেৰাই যোৱা বুলি সন্দেহ কৰা ডৰিয়াছ ফ’মিং ফ্ৰগ নামৰ এই ভেকুলীবিধক পুনৰ দেখা গৈছে মিজোৰামৰ পুৱালৰেং বন্যপ্ৰাণী উদ্যানত।

মিজোৰাম বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাই বন্যপ্ৰাণী উদ্যান খনত এই ভেকুলী বিধ পুনৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

genus Chirixalus প্ৰজাতিৰ এই ভেকুলী বিধ Rhacophoridae পৰিয়ালৰ অন্তৰ্গত।

এই ভেকুলী বিধে পৰিস্থিতি সাপেক্ষে ইয়াৰ দেহৰ ৰং সলনি কৰিব পাৰে।

এই ভেকুলী বিধৰ মাইকী ভেকুলীয়ে কণী পৰাৰ পিছত সেই কণী এবিধ বিজলুৱা ফেনেৰে ঢাকি ৰাখে।

সেইবাবেই এই ভেকুলীক ফ’মিং ফ্ৰগ বুলি জনা যায়। বিলুপ্তি ঘটা বুলি সন্দেহ কৰা ভেকুলীবিধ পুনৰ আৱিষ্কাৰ হোৱাৰ কথাই আনন্দিত কৰি তুলি প্ৰকৃতিপ্ৰেমীসকলক।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd