• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

৫০ বছৰৰ পাছত প্ৰথম প্ৰেমিকাক সাক্ষাৎ কৰিছিল ৰতন টাটাই! একেলগে কৰিছিল নৈশ ভোজন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 8, 2024 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৬০ চনত উদ্যোগপতি ৰতন টাটা প্ৰেমত পৰিছিল কেৰ’লিন ইমনছ নামৰ এগৰাকী যুৱতীৰ লগত। কেৰ’লিন আছিল আমেৰিকাৰ নাগৰিক। কিন্তু ভাৰত-চীন যুদ্ধৰ বাবে তেওঁলোকৰ প্ৰেমে পূৰ্ণতা লাভ নকৰিলে। সেই কথা সৰ্বজনবিদিত।

যোৱা মাহত টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাৰ মৃত্যু হয়। তেওঁৰ জীৱনৰ বহু অজ্ঞাত কাহিনী তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশ পাইছে। তাৰ ভিতৰত তেওঁৰ প্ৰথম প্ৰেমৰ কাহিনী উল্লেখযোগ্য।

Apply Now

কেৰ’লিনে আমেৰিকাত পঢ়ি থকাৰ সময়তে ৰতন টাটাক লগ পাইছিল। কেৰ’লিনৰ পিতৃ ফ্ৰেডেৰিক আৰ্ল ইমন্স এজন স্থপতিবিদ আৰু ৰতন টাটাৰ পিতৃৰ ব্যৱসায়িক সহযোগী আছিল। তেওঁলোকে একেলগে সফল স্থাপত্য প্ৰতিষ্ঠান ‘জোন্স এণ্ড ইমন্স’ প্ৰতিষ্ঠা কৰিছিল।

কেৰ’লিনে প্ৰথমবাৰৰ বাবে ১৯ বছৰ বয়সত ৰতন টাটাক দেখা পাইছিল। এই কাণ্ডৰ কথা মনত পেলাই কেৰ’লিনে কয়, “মই ৰতনক প্ৰথম দেখাতেই ভাল পাই পেলাইছিলোঁ। মোৰ মা-দেউতায়ো ৰতনক ভাল পাইছিল। কিন্তু সম্পৰ্কটো বেছি দিন নাথাকিল।”

১৯৬২ চনৰ জুলাই মাহত ৰতনে অসুস্থ আইতাকক লগ কৰিবলৈ ভাৰতলৈ উভতি আহে ইয়াৰ ফলত তেওঁৰ জীৱনৰ গতিপথ সলনি হয়।

কেৰ’লিনৰ জীৱনী অনুযায়ী তেওঁ আশা কৰিছিল যে তেওঁ ভাৰতলৈ যাব পাৰিব। কিন্তু সেই বছৰৰ ২০ অক্টোবৰৰ পৰা ভাৰত-চীন যুদ্ধ আৰম্ভ হয়। অৱশ্যে এমাহৰ ভিতৰত যুদ্ধবিৰতি ঘোষণা কৰা হয়। কিন্তু আমেৰিকাৰ দৃষ্টিত এই অঞ্চলত উত্তেজনা আছিল। এই সময়ৰ ব্যৱধানত ৰতন আৰু কেৰ’লিন পৃথক হ’ল।

ৰতন টাটাক জীৱনত দ্বিতীয়টো সুযোগ নিদিয়াৰ বাবে কেৰ’লিনে বাৰে বাৰে দুখ প্ৰকাশ কৰিছে। পিছলৈ তেওঁ স্থপতিবিদ আৰু পাইলট ৱেইন জ’নছৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

কেৰ’লিনে নিজৰ জীৱনীত লিখিছে, “মই এনেকুৱা এজনক বিয়া কৰাইছিলো যিজন ঠিক ৰতনৰ দৰেই আছিল। ২০০৬ চনত স্বামীৰ মৃত্যু হয়।”

স্বামীৰ মৃত্যুৰ পিছত কেৰ’লিনাই ভাৰতলৈ অহাৰ ইচ্ছা প্ৰকাশ কৰিছিল। ই-মেইলযোগে তেওঁ পুনৰ ৰতন টাটাৰ সৈতে যোগাযোগ কৰি ভাৰতলৈ অহাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। পিছৰ বছৰত কেৰ’লিনে প্ৰায় পাঁচ সপ্তাহ ভাৰতত কটায়।

কেৰ’লিনৰ কিতাপখনৰ মতে ৰতন টাটা আৰু কেৰ’লিনৰ লগ হৈছিল দিল্লীত। তেওঁলোকৰ পুৰণি সম্পৰ্ক পুনৰ উথলি উঠিছিল।

২০১৭ চনৰ ২৮ ডিচেম্বৰত মুম্বাইত ৰতনৰ ৮০ সংখ্যক জন্মদিনতো উপস্থিত আছিল কেৰ’লিন। তাৰ পিছত আকৌ ২০২১ চনত পুনৰ লগ হৈছিল দুয়ো।

ৰতন টাটা যেতিয়াই কৰ্মসূত্ৰে আমেৰিকালৈ যায়, তেতিয়াই তেওঁ কেৰ’লিনক লগ পাইছিল আনকি দুয়ো ৰাতিৰ আহাৰ খাবলৈও গৈছিল। গতিকে বহুতে কয় যে ৰতন টাটাই শেষ জীৱনত হেৰাই যোৱা প্ৰেম পুনৰ লাভ কৰিছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd