• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এটা যুগৰ অন্ত! বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰতন থিয়াম আৰু নাই

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 23, 2025 10:57 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ কিংবদন্তী নাট্যকাৰ-পৰিচালক ৰতন থিয়াম আৰু নাই। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ২৩ জুলাই তাৰিখে পুৱা ১.৩০ বজাত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস কৰে বিশিষ্ট নাট্যকৰ্মীগৰাকীয়ে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৭ বছৰ।

Apply Now

পদ্মশ্ৰী বঁটা বিজয়ী থিয়াম আছিল পৰম্পৰাগত মণিপুৰী শিল্পকলা আৰু সমসাময়িক নাট্যশৈলীৰ মিশ্ৰণেৰে মঞ্চশিল্পক পুনৰ পুনৰ সংজ্ঞায়িত কৰা এগৰাকী শিল্পী। কেৱল সেয়াই নহয়,  মণিপুৰী শিল্পকলাৰ পৰম্পৰাৰ নান্দনিকতা আৰু দৰ্শনকো বিশ্বব্যাপী চিনাকী কৰি দিছিল থিয়ামে।

১৯৪৮ চনৰ ২০ জানুৱাৰীত নদিয়া জিলাৰ পশ্চিম বংগৰ নবদ্বীপত জন্মগ্ৰহণ কৰা ৰতন থিয়ামৰ ডাঙৰ-দীঘল হৈছিল ইম্ফলৰ হাওবাম দেৱান লেনত – তেওঁৰ পিতৃ গুৰু থিয়াম তৰুণকুমাৰ আছিল শাস্ত্ৰীয় মণিপুৰী নৃত্যৰ অন্যতম সন্মানীয় গুৰু, আৰু মাতৃ বিলাসীনী দেৱী আছিল এগৰাকী প্ৰখ্যাত নৃত্যশিল্পী।

১৯৮৭ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল ৰতন থিয়ামে। 

২০১৩ চনৰ পৰা ২০১৭ চনলৈকে নেশ্যনেল স্কুল অৱ ড্ৰামাৰ পৰিচালক হিচাপেও আছিল তেওঁ।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে শ্ৰী ৰতন থিয়াম এজন দূৰদৰ্শী ব্যক্তি আছিল, যিয়ে সমসাময়িক নাট্যকলাক মণিপুৰৰ সাংস্কৃতিক আত্মাৰ সৈতে মিলাই ভাৰতীয় নাট্যশিল্পক পুনৰ সংজ্ঞায়িত কৰিছিল। তেওঁ শিল্পৰ জৰিয়তে কেৱল নিজৰ গৃহভূমিৰ সাংস্কৃতিক পৰিচয়ক উন্নীত কৰাই নহয় ভাৰতীয় পৰিবেশন কলাৰ এক অনন্য স্তৰলৈ লৈ যায়।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

October 22, 2026 8:10 pm
ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

October 22, 2026 7:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd