• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তৃতীয় টেষ্টৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে অশ্বিনে; ৰাজকোটত ১০ জনেৰে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2024 8:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-ইংলেণ্ড শৃংখলাৰ তৃতীয় টেষ্টৰ পৰা আঁতৰি গৈছে ৰবিচন্দ্ৰন অশ্বিন। শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে অৱগত কৰিছে যে তাৰকা অফ স্পিনাৰগৰাকীয়ে পাৰিবাৰিক জৰুৰীকালীন চিকিৎসাজনিত অৱস্থাৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় টেষ্ট দলৰ পৰা আঁতৰি আহিছে।

অৰ্থাৎ শনিবাৰে যেতিয়া টিম ইণ্ডিয়া ৰাজকোটত নামিব তেতিয়া অশ্বিন দলৰ লগত নাথাকিব। ফলত ৰোহিত শৰ্মাৰ বাবে তীব্ৰ চাপৰ সৃষ্টি হৈছে। যিহেতু টেষ্ট চলি থকাৰ মাজতে নাম প্ৰত্যাহাৰ কৰা হৈছে, গতিকে কোনো পৰিৱৰ্তিত খেলুৱৈয়ে তেওঁৰ স্থান লব নোৱাৰিব। বাকী তিনিদিন ৰাজকোট টেষ্টত ১০ গৰাকী খেলুৱৈয়ে খেলিব।

লগতে পঢ়কঃ কাৰাৰুদ্ধ অৱস্থাত মৃত্যু ৰাছিয়াৰ বিৰোধী নেতা আলেক্সি নাভালনীৰঃ আন্তৰ্জাতিক পৰ্যায়ত বিতৰ্কৰ সূত্ৰপাত

ইংলেণ্ডৰ বেটিঙৰ সময়ত এজন ভাৰতীয় বলাৰ কমিল। আৰু বেটিং কৰাৰ সময়ত ভাৰতে এনে এজন বলাৰক নাপাব যাৰ নামত পাঁচটা টেষ্ট শতক আছে।

কিন্তু এতিয়া টিম ইণ্ডিয়াই সেইবোৰ কথা চিন্তা কৰা নাই। বৰঞ্চ অশ্বিনৰ পৰিয়ালৰ লোকৰ স্বাস্থ্যৰ আৰোগ্য কামনা কৰা হৈছে। বিচিচিআইয়ে কৈছে- ‘ইণ্ডিয়ান ক্ৰিকেট ব’ৰ্ড এই কঠিন সময়ত অশ্বিনৰ সৈতে আছে। চেম্পিয়ন ক্ৰিকেটাৰগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সৈতে সম্পূৰ্ণ অন্তৰেৰে থিয় দিছে বিচিচিআইয়ে। ভাৰতৰ ক্ৰিকেট ব’ৰ্ডে খেলুৱৈ আৰু তেওঁলোকৰ আপোনজনৰ স্বাস্থ্য আৰু মংগলৰ ওপৰত সৰ্বোচ্চ গুৰুত্ব প্ৰদান কৰে। ভাৰতৰ ক্ৰিকেট ব’ৰ্ডে এই কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত অশ্বিন আৰু তেওঁৰ পৰিয়ালৰ গোপনীয়তাক সন্মান কৰিবলৈ আহ্বান জনাইছে।’

লগতে পঢ়কঃ কৃষক আন্দোলনত অংশ লোৱাৰ সময়তে হৃদৰোগত প্ৰাণ হেৰুৱালে বয়োবৃদ্ধ কৃষকে

সংশ্লিষ্ট মহলৰ মতে, নিশ্চয় জৰুৰী পৰিস্থিতিৰ সৃষ্টি হৈছিল যে অশ্বিনৰ দৰে ক্ৰিকেটাৰ এজনে টেষ্টৰ ভিতৰতে নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে। বিচিচিআইৰ উপ সভাপতি ৰাজীৱ শুক্লাক পোষ্টৰ পৰা অনুমান কৰা হৈছে যে অশ্বিনৰ মাক হয়তো গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। সংশ্লিষ্ট মহলত কোনো সন্দেহ নাই যে ভাৰতীয় দলটোৱে অশ্বিনৰ অভাৱ ভয়াৱহভাৱে অনুভৱ কৰিব। তেওঁ শুকুৰবাৰে ৫০০ টেষ্ট উইকেট দখল কৰাৰ নজিৰ গঢ়ি তুলিছিল। ৰেডবল ক্ৰিকেটত ৫০০ উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় অশ্বিন।

Wishing speedy recovery of mother of @ashwinravi99 . He has to rush and leave Rajkot test to Chennai to be with his mother . @BCCI

— Rajeev Shukla (@ShuklaRajiv) February 16, 2024

বিশেষজ্ঞসকলৰ মতে ইংলেণ্ডৰ বেটিঙৰ সন্মুখত ভাৰত যথেষ্ট হেঁচাত পৰিছে। ৰোহিতে একো উপায় বিচাৰি পোৱা নাই। ইংলেণ্ডে প্ৰতি অভাৰত প্ৰায় ৬ ৰান সংগ্ৰহ কৰে। সেই বাবেই প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰিও সকাহ পোৱা নাই টিম ইণ্ডিয়াই। ইংলেণ্ডে দুটা উইকেট হেৰুৱাই মাত্ৰ ৩৫ অভাৰতে ২০৭ ৰান সংগ্ৰহ কৰে। বেন ডাকেটে ১১৮টা বলত ১৩৩ ৰান কৰি আছে।

এনে পৰিস্থিতিত সকলোৱে তৃতীয় দিনা পুৱা মেচলৈ ঘূৰি আহিবলৈ অশ্বিনৰ ফালে অপেক্ষাৰ দৃষ্টিৰে চাই আছিল। কিন্তু সেই অশ্বিনৰ অবিহনে ভাৰত নামিব লাগিব। ইয়াৰ ফলত অধিনায়ক ৰোহিতৰ ওপৰত চাপ বাঢ়িব বুলি ধাৰণা বিশেষজ্ঞসকলৰ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd