• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

চাৰ জাদেজাৰ আন এক চমক: কপিল দেৱক অতিক্ৰমি ৰচিলে আন এক অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2023 5:59 pm
India vs Australia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঘাতৰ পৰা সুস্থ হৈয়ে এৰি যোৱা পথেৰে পুনৰ পথ বুলিছে ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই। টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানীয় অলৰাউণ্ডাৰ গৰাকীয়ে প্ৰত্যাবৰ্তন মেচতে দুৰন্ত অলৰাউণ্ড প্ৰদৰ্শনেৰে ভাৰতৰ জয়ত মূখ্য ভূমিকা লৈছিল। জাদেজাৰ এই প্ৰদৰ্শনৰ ধাৰা আজিৰ পৰা দিল্লীত আৰম্ভ হোৱা দ্বিতীয়খন টেষ্টতো অব্যাহত আছে।

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টৰ আজি প্ৰথম দিনাই ভাৰতীয় বলিং আক্ৰমণত দিশহাৰা হৈ ২৬৩ ৰানতে ইনিংছ সামৰিছে। ভাৰতৰ হৈ পেচাৰ মহম্মদ ছামিয়ে চাৰিটা আৰু স্পিনাৰদ্বয় অশ্বিন আৰু জাদেজাই তিনিটাকৈ উইকেট লাভ কৰে।

Apply Now

এই তিনিটা উইকেটেৰে জাদেজাই টেষ্ট কেৰিয়াৰত ২৫০ উইকেটৰ সীমা অতিক্ৰম কৰে। সামগ্ৰিকভাৱে জাদেজাই ৬২ খন টেষ্টত বৰ্তমানলৈ ২৫২ টা উইকেট দখল কৰিছে। আনহাতে বিগত সময়চোৱাত বেটিঙতো দুৰন্ত প্ৰদৰ্শন কৰি অহা জাদেজাই ২৫০০ ৰানৰ সীমাও ইতিপূৰ্বেই পাৰ কৰিছে।

এইদৰে টেষ্টত ২৫০০ ৰান সংগ্ৰহ আৰু ২৫০ উইকেট দখল কৰা দ্ৰুততম ভাৰতীয় ক্ৰিকেটাৰৰ ঈৰ্ষণীয় অভিলেখ নিজ কেৰিয়াৰত সংযোজন কৰে ৰবীন্দ্ৰ জাদেজাই। এই ক্ষেত্ৰত জাদেজাই অতিক্ৰম কৰে কিংবদন্তী ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱক। কপিল দেৱে ৬৫ খন টেষ্টত এই সাফল্য লাভ কৰিছিল।

এতিয়া জাদেজাই কপিল দেৱতকৈ তিনিখন কম টেষ্টত এই মাইলষ্ট’ন স্পৰ্শ কৰি ভাৰতীয় অভিলেখ স্থাপন কৰে। সামগ্ৰিকভাৱে জাদেজা বিশ্ব ক্ৰিকেটত এই তালিকাত দ্বিতীয় স্থানত আছে। ইংলেণ্ডৰ কিংবদন্তী অলৰাউণ্ডাৰ ইয়ান ব’থামে মাত্ৰ ৫৫খন মেচতে এই আকৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছিল।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াই আজি টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু দিনটোৰ খেল সামৰণিৰ পূৰ্বেই সকলো উইকেট হেৰুৱাই ২৬৩ ৰানতে ইনিংছ সামৰে। দলৰ হৈ খাৱাজাই সৰ্বাধিক ৮১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে হেণ্ডচকম্বে ৭২ ৰান কৰি অপৰাজিত থাকে। অধিনায়ক কামিনছে ৩৩ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

আনহাতে ভাৰতে ইনিংছ আৰম্ভ কৰি প্ৰথম দিনৰ খেল সামৰণিলৈ ২১ ৰান সংগ্ৰহ কৰিছে। অধিনায়ক ৰোহিত শৰ্মাই ১৩ আৰু কে এল ৰাহুলে ৪ ৰান সংগ্ৰহেৰে অপৰাজিত আছে। হাতত সম্পূৰ্ণ দহটা উইকেট বাকী থকা অৱস্থাত ভাৰত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছতকৈ ২৪২ ৰানত পিছ পৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd