• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিষ্ঠান বিৰোধী ঢৌ চম্ভালাৰ চেষ্টা! গুজৰাটত একেলগে ২৬ জন নতুন মন্ত্ৰী; জাডেজাৰ পত্নীলৈও মন্ত্ৰিত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2025 3:18 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুবছৰৰ অন্তত ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে গুজৰাটৰ মন্ত্ৰীসভাৰ সালসলনি কৰা হৈছে। জানিব পৰা মতে শুকুৰবাৰে গুজৰাটৰ নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। ইতিমধ্যে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ৰাজ্যপালক সাক্ষাৎ কৰিছে।

নতুন মন্ত্ৰীসভাত চমক হৈছে বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজা। মন কৰিবলগীয়া যে ভূপেন্দ্ৰ পেটেলৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালত এইবাৰ প্ৰথম গুজৰাটৰ মন্ত্ৰীসভাৰ সালসলনি কৰা হৈছে।

Apply Now

বৃহস্পতিবাৰে বিয়লি গুজৰাটৰ মুখ্যমন্ত্ৰীৰ বাহিৰে সকলো মন্ত্ৰীয়ে হঠাতে পদত্যাগ কৰে। তেতিয়াই ইংগিত দিয়া হৈছিল যে বিজেপিয়ে প্ৰতিষ্ঠানিক বিৰোধিতা চম্ভালিব পৰাকৈ সমগ্ৰ গুজৰাটৰ মন্ত্ৰীসভাৰ সংশোধন কৰিবলৈ ওলাইছে।

উল্লেখ্য যে বিগত সময়তো গুজৰাটৰ মুখ্যমন্ত্ৰীক হঠাৎ সলনি কৰাৰ নজিৰ গেৰুৱা শিবিৰৰ আছে। গতিকে এইবাৰ মুখ্যমন্ত্রী সলনি হোৱা নাই, কিন্তু গুজৰাটত সম্পূর্ণ কেবিনেট সলনি কৰা হৈছে৷

শুকুৰবাৰে পুৱা গুজৰাট বিজেপিয়ে প্ৰকাশ কৰে নতুন মন্ত্ৰীৰ তালিকা। এই তালিকাত স্বৰূপজী ঠাকুৰ, প্ৰভেংকুমাৰ মালি, ৰুশিকেশ পেটেল, দৰ্শনা বাঘেলা, কুঁৱৰজী বাৱলীয়া, ৰিভাবা জাদেজা, অৰ্জুন মধৱাদিয়া, পৰশোত্তম সোলংকী, জিতেন্দ্ৰ বাঘনী, প্ৰফুল্ল পানশ্বেৰিয়া, হৰ্ষ সাংঘী, কানুভাই দেশাই আদি নাম সন্নিবিষ্ট কৰা হৈছে।

অৱশ্যে এই মন্ত্ৰীসভাত এনে বহু লোক আছে যিয়ে পূৰ্বে গুজৰাটৰ মন্ত্ৰীসভাত দায়িত্ব লৈ আহিছে। সম্ভৱতঃ নতুন গুজৰাটৰ মন্ত্ৰীসভাত চাৰিখন নতুন মুখ দেখা যাব। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি গেৰুৱা শিবিৰৰ শীৰ্ষ নেতাসকলে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। বৰ্তমান ৰাজ্যত মন্ত্ৰীৰ সংখ্যা ১৬। সূত্ৰ অনুসৰি এই সংখ্যা ২৬ লৈ বৃদ্ধি কৰা হ’ব। অৰ্থাৎ মোডী-শ্বাহৰ ৰাজ্যত দহজন নতুন মন্ত্ৰী পাব। ইয়াৰে তিনিগৰাকী মহিলা হ’ব।

সূত্ৰ অনুসৰি শুকুৰবাৰে ২৪গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। সেইবাবেই মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ৰাজ্যপাল আচাৰ্য দেৱব্ৰতক সাক্ষাৎ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd