• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানে নিজৰ কৰ্মচাৰীৰ মাজতে দেখিছে ৰ’ৰ ভূত!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 4:28 pm
3.1k
VIEWS
Share on FacebookShare on Twitter

অনবৰতে ভাৰতৰ অহিত চিন্তা কৰি অহা পাকিস্তানে এতিয়া নিজৰ কৰ্মচাৰীৰ মাজতে দেখিবলৈ পাইছে ভাৰতৰ ৰিছাৰ্চ এনালাইছিছ উইঙৰ ভূত।

শেহতীয়াকৈ দেশ খনৰ ফেডাৰেল ইনভেষ্টিগেটিভ এজেঞ্চিয়ে ৰ’ৰ হৈ কাম কৰি থকাৰ অভিযোগত নিজৰ দেশৰেই এজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই ভাৰতৰ বহু লোকক বেছ আমোদ দিছে।

পাকিস্তানৰ কৰাচীৰ অগ্নি নিৰ্বাপন বিভাগত কৰ্মৰত জাফৰ খান নামৰ লোক জনক ফেডাৰেল ইনভেষ্টিগেটিভ এজেঞ্চিয়ে ৰ’ৰ হৈ কাম কৰি থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

ফেডাৰেল ইনভেষ্টিগেটিভ এজেঞ্চিয়ে অভিযোগ কৰা অনুসৰি লোক জনে দীৰ্ঘ দিন ধৰি ৰ’ৰ হৈ কাম কৰি আহিছে।

জাফৰ খান নামৰ লোক জনে ১৪ মাহ ধৰি ভাৰতত কটাই যোৱা বুলিও তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰিছে।

সংস্থাটোৰ মতে লোকজনে ভাৰতত থাকি বোমা প্ৰস্তুত কৰা শিকিছিল আৰু কৰাচীলৈ উভতি আহি বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল।

লোকজনক সহায় কৰা আন দুজন লোককো সংস্থাটোৱে গ্ৰেপ্তাৰ কৰিছে।

আন দুজন লোকে জাফৰ খানক হাৱালাৰ জৰিয়তে ধনৰ যোগান ধৰিছিল বুলি ফেডাৰেল ইনভেষ্টিগেটিভ এজেঞ্চিয়ে  অভিযোগ তুলিছে।

ইয়াৰ পূৰ্বেও ফেডাৰেল ইনভেষ্টিগেটিভ এজেঞ্চিয়ে ভাৰতৰ হৈ কাম কৰাৰ অভিযোগত পাক আৰক্ষীৰ এজন উপ-পৰিদৰ্শকক গ্ৰেপ্তাৰ কৰিছিল

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd