• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰিজাৰ্ভ বেংকৰ গুৰুত্বপূৰ্ণ ঘোষণা: অপৰিৱৰ্তিত থাকিল ৰেপো ৰেট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2026 11:13 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই আজি দেশৰ মৌদ্ৰিক নীতি ঘোষণা কৰি জনাইছে যে কেন্দ্ৰীয় বেংকটোৱে ৰেপো ৰেট ৫.২৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে।

শুকুৰবাৰে অনুষ্ঠিত হোৱা মৌদ্ৰিক নীতি সমিতিৰ বৈঠকত এই সিদ্ধান্ত সৰ্বসন্মতভাৱে গ্ৰহণ কৰা হয়। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণা কৰাৰ পাছত এয়া আছিল ৰিজাৰ্ভ বেংকৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰ্যালোচনা।

Apply Now

গৱৰ্ণৰ মালহোত্ৰাই উল্লেখ কৰিছে যে বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতি আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নিৰপেক্ষ স্থিতি গ্ৰহণ কৰা হৈছে।

বিশ্বৰ অৰ্থনৈতিক প্ৰেক্ষাপটত কিছু প্ৰত্যাহ্বান বৃদ্ধি পালেও ভাৰতীয় অৰ্থনীতি এতিয়াও শক্তিশালী হৈ আছে বুলি গৱৰ্ণৰগৰাকীয়ে মন্তব্য কৰিছে।

শেহতীয়া বাণিজ্যিক চুক্তিসমূহে দেশৰ অৰ্থনৈতিক দিশত ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। ইয়াৰ লগতে অহা দুটা ত্ৰৈমাসিকৰ বাবে দেশৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপি বৃদ্ধিৰ হাৰৰ পূৰ্বানুমান সংশোধন কৰি বৃদ্ধি কৰা হৈছে।

ইয়াৰ উপৰিও ২০২৫-২৬ বৰ্ষৰ বাবে গ্ৰাহক মূল্য সূচকাংক ভিত্তিক মুদ্ৰাস্ফীতিৰ হাৰ ২.১ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে যোৱা ডিচেম্বৰ মাহৰ বৈঠকত ৰেপো ৰেট ০.২৫ শতাংশ হ্ৰাস কৰি ৫.২৫ শতাংশ কৰা হৈছিল।

বেংকিং খণ্ডৰ উন্নয়নৰ বাবেও ৰিজাৰ্ভ বেংকে কেতবোৰ নতুন প্ৰস্তাৱ আগবঢ়াইছে। লিড বেংক ডাটা পৰিচালনাৰ বাবে এটা ইউনিফাইড পৰ্টেল স্থাপন কৰা আৰু এনবিএফচিসমূহৰ বাবে শাখা খোলাৰ নিয়ম শিথিল কৰাৰ কথা ঘোষণা কৰা হৈছে।

ইয়াৰ উপৰিও বেংকসমূহক কিছুমান সুৰক্ষামূলক ব্যৱস্থাৰ সৈতে ৰিয়েল ইষ্টেট ইনভেষ্টমেণ্ট ট্ৰাষ্টত ঋণ দিবলৈ অনুমতি দিয়া হ’ব। দেশৰ বজাৰত টকাৰ লেনদেন বা লিকুইডিটি সঠিক কৰি ৰাখিবলৈ কেন্দ্ৰীয় বেংক সক্ৰিয় হৈ থাকিব বুলিও গৱৰ্ণৰগৰাকীয়ে আশ্বাস দিছে।

জানুৱাৰী মাহৰ শেষলৈ দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৭২৩.৮ বিলিয়ন ডলাৰৰ সৈতে যথেষ্ট সন্তোষজনক অৱস্থাত আছে বুলি তেওঁ জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd