DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, September 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মধ্যবিত্তৰ বাবে সকাহ! ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিলে RBI-য়ে; বৃদ্ধি নাপায় ঋণৰ সুত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 8, 2023 2:35 pm
আৰবিআই গৱৰ্ণৰ শক্তিকান্ত দাস। ফাইল ফটো।

আৰবিআই গৱৰ্ণৰ শক্তিকান্ত দাস। ফাইল ফটো।

565
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI)ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে বৃহস্পতিবাৰে কয় যে ৰেপো ৰেট ৬.৫ শতাংশই থাকিব। ৰিজাৰ্ভ বেংকৰ বিত্তীয় নীতি নিৰ্দ্ধাৰক সমিতিয়ে বৃহস্পতিবাৰে সৰ্বসন্মতিক্ৰমে সদ্যহতে ৰেপো ৰেট বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ৰিজাৰ্ভ বেংকৰ এক সূত্ৰই কয় যে ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ কাৰণ হ’ল দেশৰ খুচুৰা মুদ্ৰাস্ফীতি বহু পৰিমাণে ৰোধ কৰা হৈছে। কিন্তু সামগ্ৰিকভাৱে মুদ্ৰাস্ফীতিৰ হাৰ এতিয়াও লক্ষ্যতকৈ বহু বেছি। দেশৰ শীৰ্ষ বেংকটোৰ মতে চলিত বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ ৫.১ শতাংশ হ’ব পাৰে।

লগতে পঢ়ক: শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

এই সন্দৰ্ভত আৰবিআইৰ গৱৰ্ণৰ শক্তিকান্তই কয়, ‘আমাৰ হিচাপ অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ ৪ শতাংশৰ ওপৰত হ’ব। অৱশ্যে মাৰ্চ-এপ্ৰিল মাহত মুদ্ৰাস্ফীতিৰ হাৰ ৬.৭ শতাংশলৈ বৃদ্ধি পাইছিল যদিও সেয়া বহু পৰিমাণে হ্ৰাস কৰিব পৰা গৈছে। এনে পৰিস্থিতিত আৰ বি আইয়ে ৰেপো ৰেট বৃদ্ধি কৰি বজাৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব নিবিচাৰে।

ৰিজাৰ্ভ বেংকে যোৱা বছৰৰ মে’ মাহৰ পৰা ক্ৰমান্বয়ে ২৫০ বেচিছ পইণ্টেৰে ৰেপ’ ৰেট বৃদ্ধি কৰিছে। এপ্ৰিল মাহত বেংক কৰ্তৃপক্ষই ৰেপো ৰেট ৬.৫ শতাংশ ৰখাৰ সিদ্ধান্ত লৈছিল। ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ ফলস্বৰূপে গৃহ ঋণ, গাড়ীৰ ঋণ আৰু অন্যান্য ঋণৰ সুতৰ হাৰ অপৰিৱৰ্তিত হৈ আছে। ইয়াৰ ফলত মধ্যবিত্ত শ্ৰেণীয়ে কিছু সকাহ পাব।

লগতে পঢ়ক: মৰ্মান্তিক! গণেশগুৰিত ৰয়েল গ্ল’বেলৰ বাছৰ খুন্দাত কৰুণ মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰীৰ

আৰ বি আইয়ে আন বেংকসমূহক ৰেপো ৰেটৰ হাৰতেই ঋণ দিয়ে। বেংকে ঋণৰ মাহেকীয়া কিস্তিৰ হাৰো বৃদ্ধি কৰে যেতিয়া ৰেপো ৰেট বৃদ্ধি পায়। ৰেপো হাৰ অপৰিৱৰ্তিত ৰখাৰ উপৰিও ৰিজাৰ্ভ বেংকে কয় যে ২০২২-২৩ চনত দেশৰ জিডিপি বৃদ্ধিৰ হাৰ ৭.২ শতাংশ হ’ব পাৰে। ইয়াৰ পূৰ্বে দেশৰ শীৰ্ষ বেংকটোৱে এই হাৰ ৭ শতাংশ হ’ব বুলি অনুমান কৰিছিল।

Recent News

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd