• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মন্দাৱস্থাৰ জোৰা মাৰিবলৈ কেন্দ্ৰলৈ ৰিজাৰ্ভ বেংকৰ ১.৭৬ লাখ কোটি টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 27, 2019 11:36 am

1 min read

মন্দাৱস্থাৰ জোৰা মাৰিবলৈ কেন্দ্ৰলৈ ৰিজাৰ্ভ বেংকৰ ১.৭৬ লাখ কোটি টকা

প্ৰতিধিত্বমূলক ছবি

412
VIEWS
Share on FacebookShare on Twitter

দেশত চলি থকা আৰ্থিক মন্দাৱস্থাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে কেন্দ্ৰীয় চৰকাৰলৈ ১.৭৬ লাখ কোটি টকা হস্তান্তৰ কৰাত অনুমোদন জনাইছে।

২৬ আগষ্ট, সোমবাৰে আৰ বি আইৰ গৱৰ্নৰ শক্তিকান্ত দাসৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৰ্ড মিটিঙৰ পিছতে ৰিজাৰ্ভ বেংকে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটোৰ কথা সদৰী কৰে।

উক্ত সিদ্ধান্তমৰ্মে ৰিজাৰ্ভ বেংকে কেন্দ্ৰলৈ মুঠ ১,৭৬,০৫১ কোটি টকা মোকলাই দিব।

উল্লেখযোগ্য যে এই ধনখিনি ২০১৮-১৯ চনৰ সময়ছোৱাৰ চৰকাৰৰ অংশ ১.২৩ লাখ কোটি টকা আৰু ৰিজাৰ্ভ বেংকৰ ওচৰত জমা থকা অতিৰিক্ত ৫২,৬৩৭ কোটি টকা।

ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ বিমল জালানৰ নেতৃত্বত গঠিত কমিটিৰ অনুমোদনমৰ্মে ব’ৰ্ডে ১.৭৬ লোখ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

যোৱা ১৪ আগষ্টত উক্ত কমিটিয়ে অতিৰিক্ত পুঁজি হস্তান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

লক্ষণীয় যে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজনৰ কাৰ্যকালত অতিৰিক্ত পুঁজি হস্তান্তৰৰ বিষয়টোয়ে আৰ বি আই আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত মতপাৰ্থক্যৰ সৃষ্টি কৰিছিল।

উৰ্জিৎ পেটেলৰ দিনত উক্ত মতপাৰ্থক্যই গুৰুতৰ ৰূপ লয় আৰু ফলত যোৱা বৰ্ষৰ ডিচেম্বৰত পেটেলে আৰ বি আইৰ গৱৰ্নৰৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছিল।

ইয়াৰ পিছতে শক্তিকান্ত দাস ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হিচাপে নিযুক্ত হয়। দাস গৱৰ্নৰ হোৱাৰ পিছতে বিমল জালানৰ কমিটিখন গঠন কৰা হৈছিল।

Recent News

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd