• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ফেনি’ৰ আতংকৰ মাজতে ধুবুৰী লোকসভা সমষ্টিৰ পাঁচটা কেন্দ্ৰত হ’ব পুনৰ ভোট গ্ৰহণ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2019 12:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৪ নং ধুবুৰী লোকসভা সমষ্টিত যোৱা ২৩ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত পাঁচটাকৈ কেন্দ্ৰত অহা ৬ মে’ত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই কথা ধুবুৰী জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰে।

পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব লগীয়া ভোটগ্ৰহণ কেন্দ্ৰ কেইটা হ’ল ক্ৰমে মানকাছাৰ জিলাৰ ১৬৭ নং বাউছকাটা এম ই মাদ্ৰাছা ভোটগ্ৰহণ কেন্দ্ৰ, দক্ষিণ শালমৰাৰ ২২ নং কাটলিপাৰা এম ই মাদ্ৰাছা ভোট গ্ৰহণ কেন্দ্ৰ আৰু ২১৯ নং লাখুৱা এল পি স্কুল, ধুবুৰীৰ ১৩ নং বাণী বিদ্যা মন্দিৰ এল পি স্কুল আৰু গোলকগঞ্জৰ ২৩২ নং নৱ ভাৰত পাঠশানা হাইস্কুল।

Apply Now

নিৰ্বাচনৰ বাবে সমষ্টিটোত মুঠ ১৭ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। তেওঁলোক হ’ল ক্ৰমে এ আই য়ু ডি এফৰ বদৰুদ্দিন আজমল, কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী, অসম গণ পৰিষদ দলৰ জাৱেদ ইছলাম, তৃণমূল কংগ্ৰেছৰ নুৰুল ইছলাম চৌধুৰী, ছ’চিয়েলিষ্ট য়ুনিটি চেণ্টাৰ অব ইণ্ডিয়াৰ সুৰত জামান মণ্ডল, ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ চাহজাহান শ্বেখ, ৰিপাব্লিকান পাৰ্টি অব ইণ্ডিয়া(এ)ৰ মেহবুবাৰ ৰহমান, হিন্দুস্থান নিৰ্মাণ দলৰ অলকেশ ৰয়, পূৰ্বাঞ্চল জনতা পাৰ্টি(চেকুলাৰ)ৰ জহিৰুল ইছলাম খান, ভাৰতীয় নেশ্যনেল জনতা দলৰ নৃপেন দাস, আৰু নিৰ্দলীয় ৰুকুনৰ জামান, উত্তম কুমাৰ ৰায়, শুকুৰ আলী, হুছেইন সৰকাৰ, আশ্ৰফ আলী, চেলিনা চুলতানা আৰু অনামিকা সৰকাৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd