• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আঞ্চলিক দলসমূহৰ স’তে হাত মিলাবলে বিপিএফ সাজু : হাগ্ৰামা মহিলাৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 26, 2021 12:37 pm

1 min read

আঞ্চলিক দলসমূহৰ স’তে হাত মিলাবলে বিপিএফ সাজু : হাগ্ৰামা মহিলাৰী
277
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভা নির্বাচনৰ পূৰ্বে, বডোলেণ্ড পিপলচ পাৰ্টি (বিপিএফ)-ৰ সভাপতি হাগ্ৰামা মহিলাৰী কৈছে যে তেওঁৰ দলে বিজেপি আৰু ইয়াৰ মিত্ৰদলসমূহক বাদ দি বাকী আঞ্চলিক দলসমূহৰ স’তে হাত মিলাবলৈ সাজু।

বডেলেণ্ড টেৰিটৰিয়েল কাউন্সিল (এতিয়াৰ বি.টি.আৰ.)ৰ প্ৰাক্তন মুৰব্বী মহিলাৰীয়ে কয় যে বিপিএফে বি.টি.আৰ.ৰ ১২ টা সমষ্টিৰ আটাইকেওটা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াব।

বৃহস্পতিবাৰে উদালগুৰিত অনুষ্ঠিত হোৱা বিপিএফৰ কেন্দ্ৰীয় কাৰ্যবাহী সমিতিৰ এখনি সভা পৰিচালনা কৰি এই কথা জানিবলে দিয়ে।

তেওঁ দলৰ সদস্যসকলক নতুন উদ্যম আৰু লক্ষ্যৰে দলৰ কাম কৰিবলৈ অনুপ্ৰেৰণা  যোগায়।

‘‘ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অন্যান্য আঞ্চলিক দলসমূহৰ স’তে আলোচনা চলি আছে আৰু সোনকালেই এটা ফলাফল পোৱা যাব।’’ মহিলাৰীয়ে কয়।

বিপিএফ নেতা তথা কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমীলা ৰাণী ব্ৰহ্ম, জ্যেষ্ঠ নেতা প্ৰবীণ বড়ো, মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু অল বড়ো ৱ’মেনছ জাষ্টিছ ফ’ৰামৰ সভাপতিও অনুষ্ঠানটোত উপস্থিত থাকে।

Recent News

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd