DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলোচনাৰ বাবে আমিও সাজু, কিন্তু আলোচনাৰ মজিয়ালৈ আমাক সন্মানেৰে নিমন্ত্ৰণ জনাব লাগিব : প্ৰদ্যুৎ মাণিক্য দেববৰ্মা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2023 7:07 pm
129
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে হিমন্ত বিশ্ব শৰ্মাই ত্ৰিপৰালেণ্ডৰ বিষয়ে আগবঢ়োৱা মন্তব্যৰ পিছতেই দেওবাৰে টিপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যুৎ মাণিক্য দেবৰ্মাই কয় যে তেওঁৰ দল সাংবিধানিক সমাধানৰ বিষয়ে আলোচনা কৰিবলৈ সাজু, কিন্তু তেওঁলোকক বিজেপিয়ে আনুষ্ঠানিকভাৱে আৰু স–সন্মানেৰে আমন্ত্ৰণ জনাব লাগিব।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কৈছিল যে ত্ৰিপুৰাত জনজাতীয় লোকে সন্মুখীন হোৱা বিষয়সমূহৰ ওপৰত বিজেপিয়ে আলোচনা কৰিবলৈ সাজু, কিন্তু বৃহত্তৰ ত্ৰিপৰালেণ্ডৰ বাবে টিপ্ৰা মথাৰ দাবীক বিবেচনা নকৰে বিজেপি চৰকাৰে।

এই বক্তব্যৰ উত্তৰত টিপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যুৎ মাণিক্য দেবৰ্মাই কয় যে আমিও কথা–বতৰা পাতিবলৈ সাজু, সাংবিধানিক সমাধানৰ বিষয়ে আলোচনা কৰিবলৈ সাজু। আপুনি আমাক সন্মানেৰে নিমন্ত্ৰণ কৰিলে আমি নিশ্চয় আহিম৷ যদি আপোনালোকে স–সন্মান আৰু উচিত ব্যৱহাৰ নকৰে তেন্তে আমি আলোচনাৰ বাবে সাজু নহয়।

টিপ্ৰা মোথাৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে যদি বিজেপি দলে তেওঁলোকক আনুষ্ঠানিকভাৱে আদৰণি জনায় তেন্তে তেওঁলোকে আলোচনাৰ বাবে সাজু। অৱশ্যে কেৱল ত্ৰিপৰালেণ্ডৰ স্বাৰ্থতেই আলোচনা কৰিবলৈ সাজু বুলি জনাই টিপ্ৰা মথাৰ মুৰব্বী গৰাকীয়ে।

উল্লেখ্য যে টিপ্ৰা মথাই দীৰ্ঘদিন ধৰি ত্ৰিপুৰা ৰাজ্যত জনজাতীয় অধিকাৰৰ বাবে বাবে যুঁজ দি এতিয়া সমস্যাৰ সাংবিধানিক সমাধান বিচাৰিছে।

Recent News

Fire at Mexican immigration detention center

ডিটেনচন চেণ্টাৰত ভয়াৱহ অগ্নিকাণ্ড: ৩৯ গৰাকী প্ৰব্ৰজনকাৰীৰ মৃত্যু

Lok Sabha Om Birla

একজোঁট বিৰোধী! অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ব লোকসভাৰ অধ্যক্ষ ওম বিৰলা!

Kejriwal on Modi Adani

সন্মুখতহে আদানী; আঁৰত মোদী! আদানী কেলেংকাৰীৰ গোচৰত যুদ্ধংদেহি কেজৰিৱাল

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd