• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ সাজু হৈছে মিজোৰাম চৰকাৰ

মিজোৰামৰ মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনেই হেনো এজাহাৰত সন্নিবিষ্ট হৈছিল হিমন্ত বিশ্বৰ নাম

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2021 3:31 pm
Himanta-Biswa-Sarma-5-750x375-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-মিজোৰামৰ মাজত সংঘাত চলি থকা সংঘাতে আজি নতুন মোৰ লৈছে।

ক্ৰমাৎ উত্তপ্ত হৈ পৰা সীমান্তত পুনৰ শান্তি প্ৰতিষ্ঠা হোৱাৰ সম্ভাৱনাই দেখা দিছে। আজি মিজোৰাম চৰকাৰে এই বুলি ঘোষণা কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যি এজাহাৰ দাখিল কৰা হৈছিল সেয়া প্ৰত্যাহাৰ কৰিবলৈ মিজোৰাম চৰকাৰ সাজু আছে।

Apply Now

মিজোৰামৰ মুখ্য সচিব লালনুনমাৱিয়া চুংৱাগোই আজি এই কথা সদৰী কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম এজাহাৰত সন্নিবিষ্ট কৰাৰ ক্ষেত্ৰত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ কোনো অনুমোদন নাছিল।

মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনেই হিমন্ত বিশ্ব শৰ্মাৰ নাম এজাৰত সোমাই পৰা বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে তেওঁ এজাহাৰ দাখিল কৰা আৰক্ষী বিষয়াৰ সৈতে কথা পাতিব আৰু যদি কোনো আইনী বাধা নাথাকে তেন্তে এজাহাৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নামটো প্ৰত্যাহাৰ কৰা হ’ব।।

তেওঁ অৱশ্য এজাহাৰত নাম থকা অসমৰ আন ছগৰাকী আৰক্ষী বিষয়াৰ নাম এজাহাৰৰ পৰা প্ৰত্যাহাৰৰ প্ৰসংগত একো উল্লেখ নকৰিলে। উল্লেখ্য

মিজোৰামৰ ভেইৰেংটে আৰক্ষী থানাৰ পৰিদৰ্শক এইচ লালচাওইমাওৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষীৰ মহা পৰিদৰ্শক অনুৰাগ আগৰৱালা, আৰক্ষী উপ  মহাপৰিদৰ্শ দেৱজ্যোতি মুখাৰ্জী, কাছাৰৰ উপায়ুক্ত কীৰ্তি জালি, কাছাৰৰ (প্ৰাক্তন) আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ, বন বিষয়া ছানিদেউ চৌধুৰী, ধলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাহাবুদ্দিন আৰু অসম আৰক্ষীৰ অচিনাক্ত ২০০ আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

মিজোৰামৰ ভেইৰেংটে জিলাত প্ৰৱেশ কৰাৰ অভিযোগ তুলি কোভিড প্ৰট’কল ভংগ কৰা আৰু মিজোৰাম কন্টেইনমেন্ট এণ্ড প্ৰিভেনশ্যন অফ কোভিড-১৯ এক্ট ২০২০ৰ লগতে ভাৰতীয় দণ্ডবিধিৰ অধীনত এজাহাৰখন দাখিল কৰা হৈছিল।

মুখ্যমন্ত্ৰীগৰাকী আৰু লগতে অন্যান্য বিষয়াসকলক অহা ১ আগষ্টত অৰ্থাৎ আজি আৰক্ষী থানাখনত হাজিৰ হ’বলৈ কোৱা হৈছিল।

ইপিনে অসম আৰু মিজোৰামে আলোচনাৰ মাজেৰে আন্ত:ৰাজ্যিক সীমা সমস্যা সমাধান কৰিবলৈ সন্মত হৈছে।

দেওবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই এই কথা জানিবলৈ দিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

‘’কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক টেলিফোনিক আলোচনাৰ পাছত আমি মিজোৰাম-অসম সীমান্তৰ বিষয়টো সৌহাৰ্দ্যপূৰ্ণভাৱে সন্তোষজনক আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ সনন্মত হও,’’-মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই কয়।

জোৰামথাংগাই লগতে মিজোৰামৰ জনসাধাৰণক ছচিয়েল মিডিয়াত ‘স্পৰ্শকাতৰ মেচেজ’ প’ষ্ট নকৰিবলৈকো আহ্বান জনাইছে।

‘’… পৰিস্থিতিৰ কোনো সম্ভাৱ্য উত্তেজনা প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি, মই মিজোৰামৰ জনসাধাৰণক তেওঁলোকৰ ছচিয়েল মিডিয়া প্লেটফৰ্মত স্পৰ্শকাতৰ মেচেজ প’ষ্ট কৰাটো পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছো,’’- মুখ্যমন্ত্ৰী জোৰামথাংগাই কয়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd