• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰন্ধন প্ৰকৰণ|| দোৰোণ শাকৰ খাৰ, পালেং পনীৰ, কেপচিকাম চিকেন দ্ৰাই ফ্ৰাই

মৌচুমী চাংকাকতি by মৌচুমী চাংকাকতি
May 31, 2019 7:26 pm
doron leaves with khaar

দোৰোণ শাকৰ খাৰ।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১। পালেং পনীৰ (পালক পনীৰ)

palak paneer
পালেং পনীৰ

উপকৰণ:

Apply Now

পালেং শাক- ২মুঠি

পনীৰ- ৩০০গ্ৰাম

তেজপাত- ২খিলা

গোটা জীৰা- কেইটামান (ফোঁৰণৰ বাবে)

পিঁয়াজ- ৩টা (পে’ষ্ট কৰা)

কাজু পে’ষ্ট- ২চামুচ

পনীৰ পে’ষ্ট- ২চামুচ

জীৰা গুড়ি- ১চামুচ

ধনিয়া গুড়ি- ১চামুচ

পনীৰ মচলা- ১চামুচ

জলকীয়া- ২টা

টমেট’ চচ- ১টেবুল চামুচ

নিমখ, হালধি, তেল জোখ অনুপাতে

 

ৰন্ধন প্ৰণালী:

পনীৰখিনি নিজৰ পছন্দ মতে কাটি ল’ব৷ পালেংখিনি নিমখ দি সিজাই মিক্সিত পে’ষ্ট বনাই ল’ব৷ কেৰাহীত তেল গৰমাই তেজপাত, গোটা জীৰা কেইটামান দি ফোঁৰণ দিব৷ তাতে পিয়াঁজৰ পে’ষ্টখিনি দি ৰঙচুৱাকৈ ভাজি ল’ব৷ কাজুৰ পে’ষ্ট, পনীৰ পে’ষ্ট, নিমখ, হালধি ,জীৰা গুড়ি, ধনীয়া গুড়ি, পনীৰ মচলা দি কেঁচা জলকীয়া দুটা ফালি দিব৷ টমেট’ চচ্‌ অলপ দিব৷ এতিয়া পালেঙৰ পে’ষ্টখিনি দি অলপ ভাজি জোখমতে পানী দি উতলিবলৈ দিব৷ উতল আহিলে পনীৰখিনি দি দিব৷ জোলখিনি ডাঠ হৈ আহিলে নমাই পৰিৱেশন কৰিব৷

 

২। দোৰোণ শাকৰ খাৰ

doron leaves khar
দোৰোণ শাকেৰ খাৰ।

উপকৰণ:

দোৰোণ শাক- ২মুঠি

বুট- ১মুঠি

পিয়াঁজ- ১টা

নহৰু- ৮কোঁহ

আদা- এটুকুৰা

জলকীয়া- ২টা

কলাখাৰ- ২চামুচ

মিঠাতেল- ১টেবুল চামুচ

নিমখ- সোৱাদ অনুসৰি

১চাহ চামুচ মিঠাতেল- খাৰ নমোৱাৰ পিছত দিব

 

প্ৰণালী:

দোৰোণ শাকখিনি বাচি, ধুই লৈ মিহিকৈ কুটি ল’ব৷ বুট কেইটামান তিয়াই কোমলাই ল’ব৷ কেৰাহীত তেল গৰম কৰি আদা-নহৰু অলপ থেতালি দি পিয়াঁজখিনি দিব৷ কেঁচা জলকীয়া ২টা ফালি দিব৷ তাৰপিছত শাকখিনি দি অলপ লৰাই বুটকেইটাও দি দিব৷ সোৱাদ অনুসৰি নিমখো দিব৷ প্ৰয়োজন অনুসৰি পানী দিব৷ পানী উতলি আহিলে কলাখাৰ দি ঢাকোন লগাই সিজিবলৈ দিব৷ শাকখিনি সিজি থূপথূপীয়া হ’লে নমাই কেঁচা মিঠাতেল এচামুচ দি গৰমে গৰমে পৰিৱেশন কৰিব৷

 

৩| কেপচিকাম চিকেন ড্ৰাই ফ্ৰাই

 

capcicum chicken dry fry
কেপচিকামৰ সৈতে চিকেন দ্ৰাই ফ্ৰাই।

উপকৰণ:

চিকেন- ৫০০গ্ৰাম

কেপচিকাম- ১টা (ডাঙৰ)

পিয়াঁজ- ৪টা (চকলবোৰ ডাঙৰকৈ কাটিব)

দৈ- আধা কাপ

নেমু ৰস- ১চামুচ

জীৰা গুড়ি- ১চামুচ

ধনীয়া গুড়ি- ১চামুচ

জলকীয়া গুড়ি- ১চামুচ

কেঁচা জলকীয়া- ৩টা

টমেট’ চচ- ১টেবুল চামুচ

চ’য়া চচ- ১টেবুল চামুচ

জালুক গুড়ি- ১চামুচ

নিমখ, হালধি, তেল আন্দাজমতে

 

প্ৰণালী:

মাংসখিনিত প্ৰথমে নিমখ, হালধি, মিঠাতেল, জীৰা গুড়ি, ধনীয়া গুড়ি, জলকীয়া গুড়ি, দৈ, নেমু ৰস সানি আধা ঘণ্টাৰ বাবে ঢাকি থ’ব৷ আধাঘণ্টাৰ পিছত কেৰাহীত তেল গৰম কৰি মাংসখিনি ফ্ৰাই কৰি উঠাই থ’ব৷

সেই তেলতে পিয়াঁজ, কেপ্‌চিকাম দি অলপ ভাজি ল’ব৷ নিমখ, হালধি দি লৰাই কেঁচা জলকীয়া ফালি দিব৷ তাৰপিছত টমেট’ চচ্‌ আৰু চ’য়া চচ্‌ দি লৰাই মাংসখিনি দি দিব৷ জালুক গুড়ি অলপ দিব৷ এইদৰে অলপ সময় ভাজি লৈ নমাই পৰিৱেশন কৰিব৷

মৌচুমী চাংকাকতি

মৌচুমী চাংকাকতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd