• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিৰাঙত সেনা-আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

NE NOW NEWS ৰিনয় বসুমতাৰী
চিৰাং , October 16, 2019 9:29 pm

1 min read

Army Operation

চিৰাঙত সেনা আৰু আৰক্ষীৰ অভিযান

4.6k
VIEWS
Share on FacebookShare on Twitter

চিৰাং আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীৰ চিৰাঙত থকা ৰেড হৰ্ণ ডিভিজনে অঞ্চলটোত বৃহ পৰিমাণৰ গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

গোলাবাৰুদ খিনি উগ্ৰপন্থী সংগঠন এন ডি এফ বি(সং)ৰ বুলি সন্দেহ কৰা হৈছে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুকানতেকলাই নদীৰ ওচৰৰ পৰা গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী সমূহ উদ্ধাৰ কৰে।

অভিযান কালত আৰক্ষী আৰু সেনা বাহিনীয়ে মেটেল ডিটেক্টৰ ব্যৱহাৰ কৰি লুকাই ৰখা গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী সমূহ উদ্ধাৰ কৰে।

বিস্ফোৰক সামগ্ৰীৰ ভিতৰত বৃহৎ পৰিমাণৰ ডিটোনেটৰ আৰু গ্ৰেনেড উদ্ধাৰ হয়।

সেনা বাহিনী আৰু আৰক্ষীৰ লুকাই ৰখা বিস্ফোৰক সামগ্ৰী উদ্ধাৰৰ ক্ষেত্ৰত এয়া দ্বিতীয় সফলতা। ইয়াৰ পূৰ্বে বিগত মাহত আৰক্ষী-সেনাৰ যুটীয়া অভিযানত পানবাৰী সংৰক্ষিত বনাঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছিল।

ৰাষ্ট্ৰবিৰোধী উগ্ৰপন্থী সংগঠনৰ সমূহৰ বিৰুদ্ধে চলোৱা এনে অভিযান ভবিষ্যতে অতি কঠোৰ আৰু দীঘলীয়া সময়ৰ বাবে চলোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এনেধৰণৰ অভিযানে বিটিএডি অঞ্চলত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব বুলিও সূত্ৰত প্ৰকাশ পায়।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd