• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না বিৰুদ্ধে যুঁজিবলৈ ৰেম্প এৰি চিকিৎসা বৃত্তিলৈ উভতিল ব্ৰেইন এণ্ড বিউটী কুইন ‘মিছ ইংলেণ্ড’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 26, 2020 4:05 pm

2 min read

2020_4$largeimg_224963778

ভাষা মুখার্জী

2.2k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না বিৰুদ্ধে যুঁজিবলৈ ৰেম্প এৰি চিকিৎসা বৃত্তিলৈ উভতি আহিছে ব্ৰেইন এণ্ড বিউটী কুইন খ্যাত ‘মিছ ইংলেণ্ড’ গৰাকীয়ে।

ভাষা মুখাৰ্জী, ২৪ বছৰীয়া মিছ ইংলেণ্ড মুকুটধাৰিণী সুন্দৰী যুৱতী।

যোৱাবাৰৰ বিশ্ব সুন্দৰী প্ৰতিযোগিতাৰো অন্যতম প্ৰতিদ্বন্দ্বী।

এই সুন্দৰী যুৱতীগৰাকীয়ে ৰেম্প এৰি এতিয়া ব্যস্ত আছে ক’ৰ’নাৰ বিৰোধী যুঁজত।

হয় ভাষা মুখাৰ্জীয়ে ৰেম্প এৰি এতিয়া চিকিৎক বৃত্তিলৈ পুনৰ উভতি আহি ক’ৰ’না বিৰুদ্ধে যুঁজ দি আছে।

 

‘সেৱাৰ কৰাৰ ইয়াতকৈ ভাল সময় আৰু নাই। মই আশা কৰো মোৰ দলটোৰ সৈতে বহু মানুহৰ জীৱন ৰক্ষা কৰিব পাৰিম।’ দ্য চান নামৰ বৃটেইনৰ ৱেব প’ৰ্টেলখনক ভাষা মুখাৰ্জীয়ে এইদৰে কয়।

উল্লেখ্য যে, সৌন্দৰ্য চৰ্চাৰ বাবে পেচাত চিকিৎসক ভাষা মুখাৰ্জীয়ে তেওঁৰ চিকিৎসা বৃত্তি পৰা অব্যাহতি লৈছিল। আৰু যোৱাবাৰ মিছ ইংলেণ্ডৰ খিতাপ দখল কৰাৰ লগতে বিশ্ব সুন্দৰী প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল তেওঁ।

ক’ৰ’না সংক্ৰমণ আৰম্ভণিৰ সময়তে ভাৰত ভ্ৰমণলৈ অহা সুন্দৰী গৰাকীয়ে যোৱা বৃহস্পতিবাৰৰ পৰা পুনৰ চিকিৎসা বৃত্তিলৈ উভতি আহি কয়, ‘উভতি আহি মই বৰ উদ্বিগ্ন হৈ পৰিছো। এই ভাইৰাছবিধ অতি মাৰাত্মক।’

‘কিছুমাহ ধৰি মই মোৰ জীৱনৰ কিবা এটা হেৰুৱাইছিলো। আৰু সেয়ে এতিয়া মই এন এইচ এচত।’ পূৰ্বে চিকিৎসক হিচাপে নিয়োজিত থকা এন এইচ এচ হাস্পতালৈ উভতি যোৱাৰ পিছত এইদৰে কয় সুন্দৰীগৰাকীয়ে।

‘মিছ ইংলেণ্ড খিতাপ অধিকাৰিণী হোৱাৰ বাবে মই ভ্ৰমণ আৰু দাতব্য কাম কৰিবলৈ পচন্দ কৰিলেও এগৰাকী চিকিৎসক হিচাপে মই প্ৰশিক্ষণ লৈছিলো যে ইয়াৰ বাবেই মোৰ জন্ম হৈছিল।’ সুন্দৰী ভাষা মুখাৰ্জীয়ে কয়।

ভাষা মুৰ্খাজীয়ে বৰ্তমান নিজৰ গৃহ চহৰত ক’ৰ’নাক্ৰান্ত ৰোগীৰ চিকিৎসা ব্যস্ত আছে।

Tags: COVID-19

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd