• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2025 7:59 pm
‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে পাকিস্তানত ভাৰতৰ  সামৰিক অভিযান ‘অপাৰেচন সিন্দুৰ’ৰ ট্ৰেডমাৰ্কৰ বাবে আবেদন কৰিছিল। বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে বৃহস্পতিবাৰে তেওঁলোকে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি আবেদন প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে।

সংস্থাটোৱে দিয়া কাৰণটো হ’ল, “জিঅ’ ষ্টুডিঅ’ হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ এটা ইউনিট। তাৰে এজন তলতীয়া কৰ্মচাৰীৰ অসাৱধানতাৰ বাবে এই আবেদন দাখিল কৰা হৈছিল। তাৰ পিছতে ইয়াক প্ৰত্যাহাৰ কৰা হৈছে।”

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে লগতে কয় যে সমগ্ৰ দেশৰ গৌৰৱ আৰু ভাৰতৰ বীৰত্বৰ সৈতে ‘অপাৰেচন সিন্দুৰ’ নামটো জড়িত হৈ পৰিছে। তাৰ ট্ৰেডমাৰ্ক লোৱাৰ কোনো উদ্দেশ্য তেওঁলোকৰ নাই। প্ৰেছ বিবৃতিটোত লগতে এইটোও উল্লেখ কৰা হৈছে যে সমগ্ৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ চৰকাৰ আৰু ভাৰতীয় নিৰাপত্তা বাহিনীৰ পক্ষত আছে।

পেহেলগামত সংঘটিত আক্ৰমণৰ ১৫ দিনৰ পাছত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল’লে। এই অভিযানৰ ২৪ ঘণ্টাৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ত ‘অপাৰেচন সিন্দুৰ’ বাক্যাংশৰ ট্ৰেডমাৰ্ক বিচাৰি চাৰিখন আবেদন দাখিল কৰা হয়।

ভাৰতীয় সেনাই মঙলবাৰে গভীৰ নিশা বিমান আক্ৰমণত পাকিস্তানৰ ৯ ঠাইত একাধিক সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা বুলি দাবী কৰে। তাৰ সমৰ্থনত অসংখ্য ফটো আৰু ভিডিঅ’ও মুকলি কৰা হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি বুধবাৰে পুৱা ১০:৪২ বজাত প্ৰথমে ‘অপাৰেচন সিন্দুৰ’ৰ ট্ৰেডমাৰ্কৰ বাবে মুকেশ আম্বানীৰ কোম্পানীয়ে আবেদন কৰিছিল। ইয়াৰ পিছত তেওঁলোকে সেয়া প্ৰত্যাহাৰ কৰিলে।

পাকিস্তানত মাজনিশা সংঘটিত হোৱা প্রতিশোধমূলক পদক্ষেপৰ পাছত সংবাদ মাধ্যমক অৱগত কৰিবলৈ বুধবাৰে পুৱা ১০:৩০ বজাৰ পৰা সেনাই সংবাদমেল আৰম্ভ কৰে৷ তাত উপস্থিত আছিল উইং কমাণ্ডাৰ ভোমিকা সিং আৰু কৰ্ণেল ছোফিয়া কুৰেশ্বী। মধ্যমনি আছিল ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী। প্ৰায় এঘণ্টা ধৰি চলিছিল সংবাদমেল৷ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি ৰিলায়েন্সে এই বিষয়ত সংবাদমেল চলি থকাৰ সময়তে ‘অপাৰেচন সিন্দুৰ’ নামৰ ট্ৰেডমাৰ্কৰ বাবে আবেদন দাখিল কৰে।

ৰিলায়েন্সৰ আবেদনৰ এঘণ্টাৰ ভিতৰত বুধবাৰে পুৱা ১১:২৫ বজাত মুম্বাইৰ বাসিন্দা মুকেশ চেত্ৰাম আগৰৱালাই এই ট্ৰেডমাৰ্কৰ বাবে আবেদন জনায়। নিশা ১২:১৬ বজাত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্তেইন কমল সিঙে ‘অপাৰেচন সিন্দুৰ’ৰ ট্ৰেডমাৰ্কৰ বাবে আবেদন কৰে। দিল্লীৰ বাসিন্দা আলোক কোথাৰীয়ে সন্ধিয়া ৬:২৭ বজাত ট্ৰেডমাৰ্কৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰে।

প্ৰতিজন আবেদনকাৰীৰ উদ্দেশ্য প্ৰায় একেই। সকলোৱে কয় যে তেওঁলোকে মনোৰঞ্জন, চলচ্চিত্ৰ, ৱেব ছিৰিজ প্ৰডাকচন, শৈক্ষিক প্ৰশিক্ষণ, আৰু প্ৰকাশনৰ বাবে ট্ৰেডমাৰ্কৰ বাবে আবেদন কৰিছে। ৰিলায়েন্সে আবেদন প্ৰত্যাহাৰ কৰাৰ পিছত বাকী তিনিজনে কি কৰে সেয়া ভৱিষ্যতেহে ক’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কত বনতাৰাৰ তদন্তকাৰী কমিটি: SIT-এ সাংবাদিকৰ ভাষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকিল অনন্ত আম্বানীৰ অধিবক্তা

বিতৰ্কত বনতাৰাৰ তদন্তকাৰী কমিটি: SIT-এ সাংবাদিকৰ ভাষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকিল অনন্ত আম্বানীৰ অধিবক্তা

September 3, 2025 9:12 am
শুকাই আহিছে সেউজীয়া পৃথিৱী : এছিয়াৰ হিমবাহ বছৰি গলিছে ২ কোটি ২০ লাখ কিলোগ্ৰাম বৰফ

শুকাই আহিছে সেউজীয়া পৃথিৱী : এছিয়াৰ হিমবাহ বছৰি গলিছে ২ কোটি ২০ লাখ কিলোগ্ৰাম বৰফ

September 3, 2025 8:42 am
সোণ সৰবৰাহৰ গোচৰত অভিনেত্ৰী ৰণ্যা ৰাওক ১০২ কোটি টকাৰ জৰিমনা বিহিলে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে

সোণ সৰবৰাহৰ গোচৰত অভিনেত্ৰী ৰণ্যা ৰাওক ১০২ কোটি টকাৰ জৰিমনা বিহিলে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে

September 3, 2025 7:30 am
মুখৰ পৰা গোন্ধ ওলোৱাৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ

মুখৰ পৰা গোন্ধ ওলোৱাৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ

September 3, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কত বনতাৰাৰ তদন্তকাৰী কমিটি: SIT-এ সাংবাদিকৰ ভাষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকিল অনন্ত আম্বানীৰ অধিবক্তা

বিতৰ্কত বনতাৰাৰ তদন্তকাৰী কমিটি: SIT-এ সাংবাদিকৰ ভাষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকিল অনন্ত আম্বানীৰ অধিবক্তা

September 3, 2025 9:12 am
শুকাই আহিছে সেউজীয়া পৃথিৱী : এছিয়াৰ হিমবাহ বছৰি গলিছে ২ কোটি ২০ লাখ কিলোগ্ৰাম বৰফ

শুকাই আহিছে সেউজীয়া পৃথিৱী : এছিয়াৰ হিমবাহ বছৰি গলিছে ২ কোটি ২০ লাখ কিলোগ্ৰাম বৰফ

September 3, 2025 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd