যোৰহাটত বিহু শিল্পীৰ মাজত অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ সাহায্য সামগ্ৰী বিতৰণ

kka

যোৰহাটত বিহু শিল্পীলৈ সাহায্য সামগ্ৰী প্ৰদান ।

আন্তঃৰাষ্টীয় পৰ্য্যায়ৰ সংগঠন অক্ষয় পাত্ৰ ফাউণ্ডেচনে যোৰহাট জিলা বিহু শিল্পী সন্থাৰ উদ্যোগত আজি এক সাহাৰ্য্য সামগ্ৰী প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰে ।

কভিদ মহামাৰীৰ বাবে  যি সকল থলুৱা বিহু শিল্পীৰ আৰ্থিক অৱস্হা শোচনীয় হৈ পৰিছে যোৰহাট জিলাৰ তেনে অৱস্হাৰ ১০০ জন বিহু শিল্পীক একোটাকৈ সাহায্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে ।

উল্লেখ্য যে অক্ষয় পাত্ৰ ফাউণ্ডেচন নামৰ  সংগঠনটোৱে কভিড মহামাৰীৰ সময়চোৱাত সমাজৰ বিভিন্ন স্তৰত এনে ধৰণৰ বহু ব্যক্তিক সাহায্য সামগ্ৰী বিতৰণ কৰা দেখা গৈছে ।