• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ ফ্লেট ক্ৰেতা সকলৰ বাবে সকাহ : হস্তান্তৰত এবছৰৰ অধিক বিলম্ব হ’লেই উভতাই বিচাৰিব পাৰিব ধন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 17, 2019 12:59 pm

2 min read

Guwahati-city-01-1140x570
800
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ গৃহ ক্ৰয় কৰাসকলৰ বাবে এটা ভাল খৱৰ। এতিয়া গৃহ হস্তান্তৰ কৰাত বিক্ৰেতাসকলে এবছৰৰ দেৰি কৰিলেই ফ্লেট ক্ৰয় কৰা গ্ৰাহকসকলে তেওঁলোকৰ আদায় দিয়া ধন উভতাই বিচাৰিব পাৰিব।

ফ্লেট ক্ৰেতাসকলক বৃহৎ সকাহ দি প্ৰদান কৰা এক যুগান্তকাৰী ৰায়ত বৃহস্পতিবাৰে নেশ্যনেল কনজিউমাৰ ডিছপ্যুটছ ৰিড্ৰেছেল কমিশ্যনে (এন চি ডি আৰ চি) প্ৰকাশ কৰিছে যে যদি প্ৰকল্পটো এবছৰতকৈ বেছি বিলম্ব হয় তেতিয়াহ’লে গৃহ ক্ৰয় কৰা গ্ৰাহকসকলে নিৰ্মাণকাৰীৰ পৰা তেওঁলোকৰ ধন উভতাই বিচাৰি দাবী কৰিব পাৰিব।

মন কৰিবলগীয়া যে, বিশেষকৈ গুৱাহাটীত কেইবাটাও প্ৰকল্প নিৰ্মাণত অযথা বিলম্ব হোৱাৰ বাবে ফ্লেট ক্ৰয় কৰা সকলে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে।

এন চি ডি আৰ চিয়ে এটা এপাৰ্টমেন্ট বিলম্ব হোৱাৰ বাবে হস্তান্তৰত ব্যৰ্থ হ’লে গৃহ নিৰ্মাতাই গ্ৰাহকক ধন উভতাই দিয়াটো বাধ্যতামূলক কৰিছে।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি এন চি ডি আৰ চিয়ে ইয়াৰ নিৰ্দেশত প্ৰকাশ কৰিছে যে ‘’এতিয়া এইটো নিশ্চিত যে ক্ৰেতাই হস্তান্তৰত অযথা বিলম্ব হ’লে, বিশেষভাৱে এবছৰৰ অধিক হ’লে ধন ঘুৰাই বিচৰাৰ অধিকাৰ আছে।‘’

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয় তথা বিভিন্ন উপভোক্তা আদালতে হস্তান্তৰত অযথা বিলম্ব হোৱাৰ বাবে ফ্লেট ক্ৰয় কৰা গ্ৰাহকসকলে ভূগিবলগীয়া হাৰাশাস্তিৰ সন্দৰ্ভত ৰায় দি আহিছে যদিও এতিয়ালৈকে ধন উভতাই পোৱাৰ ক্ষেত্ৰত কোনো সময়সীমা নিৰ্দ্ধাৰণ কৰি দিয়া নাছিল।

এন চি ডি আৰ চিয়ে ইয়াৰ নিৰ্দেশটোত লগতে কৈছে যে গৃহ হস্তান্তৰত এবছৰতকৈ অধিক পলম কৰিলে গৃহ নিৰ্মাতাই গ্ৰাহকক ১০ শতাংশ সুত সহ গোটেই ধন উভতাই দিব লাগিব।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd