• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অষ্টম মৃত্যু বাৰ্ষিকীত সুধাকণ্ঠৰ স্মৃতিত বাংলাদেশত বৰ্ণাঢ্য অনুষ্ঠান

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2019 11:45 am
bhupen-hazarika-ap-1140x570
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী।

একাধাৰে এগৰাকী প্ৰসিদ্ধ কবি, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীতজ্ঞ তথা চলচ্চিত্ৰ নিৰ্মাতা গৰাকীৰ মৃত্যু বাষিকীত আজি সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্ততো শিল্পীগৰাকীলৈ অজস্ৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনাইছে।

Apply Now

এই উপলক্ষে বাংলাদেশ শিল্পকলা একাডেমী আৰু অসমৰ এটা সাংস্কৃতিক সংগঠন ব্যতিক্ৰম মাছড’ই যৌথভাৱে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে একাডেমীৰ চৌহদত “মোৰা যাত্ৰী একেই তৰণীৰ’ শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰিছে।

অনুষ্ঠানত আলোচনা চক্ৰ, গান আৰু নৃত্যৰ প্ৰদৰ্শন হ’ব বিশেষ আকৰ্ষণ।

আৰম্ভণিৰ দিনটোত সন্ধিয়া একাডেমীৰ নেশ্যনেল মিউজিক এণ্ড ড্যান্স চেন্টাৰত ভাৰত আৰু বাংলাদেশৰ শিল্পীয়ে এক সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰিব।

কাইলৈ সন্ধিয়া ৬.৩০বজাত একাডেমীৰ নেশ্যনেল থিয়েটাৰ হলত বাংলাদেশ শিল্পকলা একাডেমী আৰু অসম সাহিত্য সভাই যৌথভাৱে আলোচনা,গান, নৃত্য আৰু নাট প্ৰদৰ্শনৰ এক অনুষ্ঠানৰ আয়োজন কৰিছে।

৭ নৱেম্বৰত সামৰণিৰ দিনা সন্ধিয়া ৭ বজাত একাডেমীৰ নেশ্যনেল থিয়েটাৰ হলত বাংলাদেশ শিল্পকলা একাডেমী আৰু অসম সাহিত্য সভাই যৌথভাৱে আয়োজন কৰিছে “কমলা কুঁৱৰীৰ সাধু’ শীৰ্ষক এখনি অসমীয়া নাটৰ।

কমলা কুঁৱৰীৰ সাধুৰ ওপৰত ড০ পৰমানন্দ ৰাজবংশীৰ ৰচনা, প্ৰযোজনা আৰু পৰিচালনাৰে নাটখন আগবঢ়াব অসম কলাতীৰ্থ আৰু এছ বি মুভিছে।

মানৱতা আৰু বিশ্ব ভাতৃত্ববোধৰ ভাৱধাৰাৰে নিজেই অসমীয়াত ৰচনা কৰা আৰু কণ্ঠদান কৰা সুধাকণ্ঠৰ গানসমূহ বিশেষকৈ হিন্দী আৰু বাংলাকে ধৰি বিভিন্ন ভাষালৈ অনুবাদ কৰি পৰিৱেশিত হৈছে।

সুধাকণ্ঠৰ জনপ্ৰিয়তা ভাৰতৰ বাহিৰেও বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বাংলাদেশত অতুলনীয়। শিল্পীগৰাকীৰ গীতে সীমাৰ পৰিধি ভাঙি সৰ্বত্ৰে বোৱাইছে “জেউতি নিজৰাৰে ধাৰ’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd