• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিত অন্তৰ্ভুক্ত নহ’ল বিশিষ্ট বিজ্ঞানী ড০ জিতেন্দ্ৰ নাথ গোস্বামীৰ নাম

এন ই নাও নিউজ by এন ই নাও নিউজ
September 3, 2019 2:18 pm
Dr.-J.N-Goswami-750x536-750x375

বিশিষ্ট বিজ্ঞানী ড০ জিতেন্দ্ৰ নাথ গোস্বামী। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নহ’ল বিজ্ঞানী ড০ জিতেন্দ্ৰ নাথ গোস্বামীৰ। গোস্বামীৰ লগতে এন আৰ চিত নাম নাই তেওঁৰ পৰিয়ালৰো।

এই সন্দৰ্ভত অসম সন্তান প্ৰসিদ্ধ বিজ্ঞানীগৰাকীৰ সৈতে যোগাযোগ কৰাত তেওঁ নৰ্থ-ইষ্ট নাওক কয়, ‘’আমি যোৱা ২০ বছৰ ধৰি আহমেদাবাদতে আছো। এন আৰ চি প্ৰক্ৰিয়াৰ বাবে যিখিনি কৰণীয় আছিল হয়তো আমাৰ সেইখিনি কৰা নহ’ল। তাৰ বাবেই হয়তো আমাৰ নাম অন্তৰ্ভুক্ত নহ’ল। কিন্তু অসমত আমাৰ পৰিয়ালৰ সকলো আছে, যোৰহাটত আমাৰ মাটি-বাৰীও আছে। গতিকে ভৱিষ্যতে যদি কিবা অসুবিধা হয় সেয়া দেখুৱাই কিবা এটা কৰিব লাগিব।‘’

Apply Now

উল্লেখ্য যে, বিজ্ঞানী ড০ জিতেন্দ্ৰ নাথ গোস্বামীৰ ভাতৃ অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী।

ভাতৃৰ কথা উল্লেখ কৰি ড০ গোস্বামীয়ে কয় য়ে তেওঁ এই বিষয়ত হিতেন্দ্ৰ নাথ গোস্বামীৰ লগত কথা পাতিব আৰু হ’ব পৰা অসুবিধাৰ ক্ষেত্ৰত কি কৰিব লাগিব তাৰ পৰামৰ্শ তেওঁৰ পৰা ল’ব।

আনহাতে, অধ্যক্ষ গোস্বামীয়ে নর্থ-ইষ্ট নাওক কয়,‘’তেওঁ তাত (আহমেদাবাদত) থাকে, তাতেই ভোট দি আহিছে। গতিকে তাত তেওঁ ভাৰতীয় নাগৰিক হিচাপেই আছে। তেওঁ যেতিয়া ইয়ালৈ নাহে, গতিকে অসমৰ এন আৰ চিত তেওঁৰ নাম অহা-নহাটো কোনো কথা নাই।‘’

তদুপৰি, তেওঁ জানিবলৈ দিয়ে যে তেওঁলোকে ককায়েকক এই বিষয়ে অৱগত কৰিছিল যদিও তেওঁ কৈছিল যে তেওঁ যিহেতু ভাৰতীয় নাগৰিক হিচাপে তাত আছেই, গতিকে অসমত এন আৰ চিত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰাৰ কোনো কথা নাই।

অধ্যক্ষ গোস্বামীয়ে জানিবলৈ দিয়া মতে জিতেন্দ্ৰ নাথ গোস্বামীয়ে ইচ্ছা প্ৰকাশ নকৰা বাবেহে তেওঁলোকে তেওঁৰ তথা পৰিয়ালৰ নাম অসমৰ এন আৰ চিত অন্তৰ্ভুক্ত নকৰিলে।

উল্লেখযোগ্য যে ইছৰো’ৰ দ্বাৰা সফলভাৱে আৰম্ভ হোৱা চন্দ্ৰযান-২ মিছনত উপদেষ্টা সঞ্চালক হিচাপে জড়িত হৈ আছে অসমৰ মহাকাশ বিজ্ঞানী ড০ জিতেন্দ্ৰ নাথ গোস্বামী। তদুপৰি, গোস্বামী ভাৰতৰ মংগল অভিযানৰ লগতো জড়িত হৈ আছিল।

ইতিমধ্যে অসমৰ বহু বিশিষ্ট ব্যক্তি তথা মুক্তিযোদ্ধা আদিৰ পৰিয়ালৰ নামো এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাৰ কথা পোহৰলৈ আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd