DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা : দেশত কেতিয়াৰ পৰা কোন কোন শ্ৰেণীৰ কেনেকৈ হ’ব পাঠদান?

চৰ্তসাপেক্ষে বিদ্যালয়লৈ আহিব পাৰিব এইসকল শিক্ষাৰ্থী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 9, 2020 7:07 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

990
VIEWS
Share on FacebookShare on Twitter

২১ চেপ্টেম্বৰৰ পৰা সমগ্ৰ ভাৰততে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদানৰ অনুমতি প্ৰদান কৰা হৈছে।

ইয়াক লৈ কেন্দ্ৰীয় স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে দিছে কিছু নিয়মাৱলী।

ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ আহিলেও কিন্তু ছাত্ৰ-ছাত্ৰীসকলে মানি চলিব লাগিব কিছু নিয়ম।

শিক্ষক-শিক্ষয়ত্ৰীৰ পৰামৰ্শ লৈ অভিভাৱকৰ অনুমতিত বিদ্যালয়লৈ আহিব পাৰিব ছাত্ৰ-ছাত্ৰীসকল।

ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ ক’ভিড প্ৰটোকল মানিহে শ্ৰেণীকোঠাত পাঠদান কৰিব পাৰিব।

মাস্ক আৰু হেণ্ড চেনিটাইজাৰ বাধ্যতামূলকভাৱে ব্যৱহাৰ কৰাৰ লগতে চাবোন বা হেণ্ডৱাশ্বৰে ৪০ ৰ পৰা ৬০ চেকেণ্ড পৰ্যন্ত হাত ধুব লাগিব।

ছাত্ৰ-ছাত্ৰীসকল স্ব ইচ্ছা অনুসৰি বিদ্যালয়লৈ আহিব পাৰিব।

শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীকোঠাত ৬ ফুট দূৰত্ব মানি চলিব লাগিব।

কণ্টেইনমেণ্ট জ’নত থকা বিদ্যালয় সমূহ বন্ধ থাকিব আৰু কণ্টেইনমেণ্ট জ’নৰ পৰা ছাত্ৰ-ছাত্ৰী শিক্ষকসকল বিদ্যালয়লৈ আহিব নালাগে বুলি নিৰ্দেশনাত উল্লেখ কৰে।

৫০ শতাংশ শিক্ষক কৰ্মচাৰীৰে বিদ্যালয় চলোৱাৰ পৰামৰ্শ দিয়া হৈছে।

যিবিলাক বিদ্যালয় ক’ভিড কেয়াৰ বা কুৱাৰেন্টাইন চেণ্টাৰলৈ ৰূপান্তৰ কৰা হৈছিল সেইসমূহ বিদ্যালয় ২১ ছেপ্টেম্বৰৰ পূৰ্বে সুন্দৰভাৱে চেনিটাইজ আৰু পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলাৰ নিৰ্দেশ দিয়া হৈছে।

বিদ্যালয়ত পিক পেলোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা দিয়াৰ লগতে আৰোগ্য সেঁতু এপ ডাউনলোড কৰিবলৈ পৰামৰ্শ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ।

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd