• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ যদি যাব লাগে শৰাইঘাটেৰে : সহিবলৈ সাজু থাকক যানজঁটৰ যাতনা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2019 10:41 pm
NE-Mgaon-Railways-repair-iconic-Saraighat-bridge
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৰাইঘাট দলঙৰ ওপৰত চলি থকা বিৰক্তিকৰ যানজঁটে আৰু সহজতে আপোনাক সকাহ দিয়াৰ সম্ভাৱনা নাই। দলঙখনৰ মেৰামতিৰ দায়িত্ব লাভ কৰা উত্তৰ পূব সীমান্ত ৰে’লৱেই কামটোত সম্পূৰ্ণ মনযোগ নিদিয়াৰ অভিযোগ উঠিছে।

অতি কম সংখ্যক কৰ্মশক্তি নিয়োগ কৰি উত্তৰ পূব সীমান্ত ৰে’লৱেই যিধৰণে মেৰামতিৰ কাম চলাই আছে, সেইদৰে হ’লে আৰু কেইমাহৰ বাবে শৰাইঘাটৰ ওপৰেৰে যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলে দীঘলীয়া তথা বিৰক্তিকৰ যানজঁটৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগিব।

Apply Now

উল্লেখযোগ্য যে পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কাম চলি আছে আৰু যোৱা মাৰ্চ মাহত মেৰামতিৰ বাবে দলংখন তিনিমাহৰ বাবে বন্ধ ৰখা হৈছিল।

অতি দ্ৰুত গতিত কাম চলিবলগীয়া দলংখনৰ কাম বৰ্তমান ইমানেই লেহেম গতিত চলিছে যে দলংখনৰ মেৰামতি কেতিয়ালৈ সম্পূৰ্ণ হৈ উঠিব সেয়া কোৱাটো কঠিন হৈ পৰিছে।

ইপিনে, শৰাইঘাটেৰে পাৰ হ’বলগীয়া গাড়ীৰ যাত্ৰীসকলে সদায় তিনি-চাৰি ঘন্টা যানজঁটত ৰৈ থাকিবলগীয়া হৈছে। অত্যন্ত গৰমত যাত্ৰীসকলে এক অশান্তিকৰ সময় পাৰ কৰিবলগীয়া হৈছে।

আনহাতে, শৰাইঘাট দলঙৰ মেৰামতিৰ কামৰ এনে মন্থৰ গতিত অসন্তুষ্টি প্ৰকাশ কৰিছে জিলা প্ৰশাসনে। কামৰূপ জিলাৰ(গ্ৰাম্য) উপায়ুক্ত কমল কুমাৰ বৈশ্যই সাংবাদিকৰ আগত কয় যে উত্তৰ পূব সীমান্ত ৰে’লৱেই যি গতিত দলঙখনৰ মেৰামতিৰ কাম চলাইছে, এইদৰে অহা মাহত কাম সম্পূৰ্ণ হোৱাৰ কোনো সম্ভাৱনা নাই। ৰে’লৱেই এই বৃহৎ দলংখন মেৰামতিৰ বাবে মাত্ৰ ১৩জন কৰ্মীক নিযুক্তি দিছে। গতিকেই এই দলঙৰ ওপৰেৰে যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলে দুৰ্ভোগ ভূগিবলগীয়া হ’ব।

এনেদৰে কাম চলিলে শৰাইঘাট দলঙৰ মেৰামতিৰ কাম সম্পূৰ্ণ হ’বলৈ আৰু কমেও তিনি চাৰি মাহ সময় লাগিব বুলি অনুমান কৰা হৈছে।

কাম আৰম্ভ হোৱাৰ পাছত এতিয়ালৈ দলংখনৰ মেৰামতিৰ মাত্ৰ ২০ শতাংশ কামহে সম্পূৰ্ণ হৈছে। সেয়েহে শৰাইঘাট পাৰ হৈ যাবলগীয়া যাত্ৰীসকলে যানজঁটৰ যাতনা সহ্য কৰিবলৈ সাজু থকাৰ বাহিৰে আন বিকল্প নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd