• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিসংগতাত ভুগিছে কিম জং-উন! টেটুলৈকে মদ গিলি দিনে-ৰাতি হেনো কৰিছে কন্দাকটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2023 3:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোটেই বিশ্বই তেওঁৰ ভালদৰে জানে। দেশৰ ভিতৰত যদি কোনোৱে তেওঁৰ আদেশ অমান্য কৰে, তেন্তে তেওঁক দিয়া হয় কঠোৰ শাস্তি। সেই কিম জং উনে হেনো গোটেই দিন কন্দাকটা কৰিছে! উত্তৰ কোৰিয়াৰ একচ্ছত্ৰী স্বৈৰশাসকগৰাকীয়ে তেওঁৰ মনৰ দুখ পাহৰিবলৈ দিনে-ৰাতি সুৰা পান কৰিছে। কেৱল সেয়াই নহয়, তেওঁ অসুস্থ হৈ পৰিছে। তেওঁ কেৱল এনেকুৱা অনুভৱ কৰিছে যেন তেওঁ আৰু বেছিদিন জীয়াই নাথাকিব।

মুঠতে, নিৰ্বল হৈ পৰিছে কিম জং উন। তেওঁ মানুহৰ চকুৰ আঁৰত দিন কটাইছে। শেহতীয়া এক প্ৰতিবেদন অনুসৰি, কিমৰ শাৰীৰিক সমস্যাৰ কথা প্ৰকাশ পাইছে। তেওঁ চিকিৎসকসকলৰ তীক্ষ্ণ পৰ্যবেক্ষণত আছে।

কিমে কি ৰোগত ভুগি আছে? প্ৰতিবেদন অনুসৰি, উত্তৰ কোৰিয়াৰ একনায়কগৰাকী মিড লাইফ ক্ৰাইচিছত ভুগি আছে। তেওঁ এই সপ্তাহত তেওঁৰ ৪০ তম জন্মদিন উদযাপন কৰিছিল। কিন্তু কিমে কিছু দিনৰ পৰা অসুস্থ অনুভৱ কৰি আছে। তদুপৰি, প্ৰাণৰ আশংকাও আছে।

Apply Now

বৰ্তমান কিম প্ৰচণ্ড মানসিক চাপত আছে। গতিকে তেওঁ উদ্বেগ উপশম কৰিবলৈ সুৰা পান কৰি আছে। চিকিৎসকসকলে লগে লগে সুৰা পান বন্ধ কৰিবলৈ আৰু ব্যায়াম কৰিবলৈ পৰামৰ্শ দিছে। কিন্তু দুৰ্দণ্ডপ্ৰতাপী নেতাগৰাকীয়ে তেওঁলোকৰ কথা উৰুৱাই দি নিজৰ মৰ্জিৰেই চলিছে। সেয়ে নিজৰ স্বাস্থ্যৰ বিষয়ে যথেষ্ট চিন্তিত। একে সময়তে, নিৰাপত্তাজনিত কাৰণত কিমৰ উদ্বেগো বৃদ্ধি পাইছে। শুনা গৈছে যে তেওঁ সম্পূৰ্ণৰূপে নিসংগ হৈ পৰিছে। কিমে প্ৰচুৰ মদ্যপান কৰি কন্দাকটা কৰিছে।‘’

চিকিৎসকসকলে ধাৰণা কৰে যে কিম মুখ্যতঃ সুৰাপানৰ বাবে অসুস্থ হৈ পৰিছে। তেওঁৰ অসুস্থতাৰ বাতৰি বাহিৰত প্ৰকাশিত হৈছে বুলিও কিম চিন্তিত আৰু শংকিত। সেয়েহে কিমে দেশৰ বাহিৰলৈ যাওঁতে নিজৰ বাবে এটা বিশেষ শৌচালয়ৰ ব্যৱস্থা কৰি আছে যাতে আন দেশৰ চোৰাংচোৱাসকলে তেওঁৰ শৌচ পৰীক্ষা কৰি তেওঁৰ অসুস্থতাৰ বিষয়ে জানিব নোৱাৰে।

কিমৰ দেউতাক কিম জং দ্বিতীয়ৰ ৬৯ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। ২০১১ চনত তেওঁৰ মৃত্যু হয়। সেইকাৰণে কিমে ভাবে যে তেওঁ একেদৰে কম বয়সতে মৃত্যুবৰণ কৰিব।

পিতৃৰ মৃত্যুৰ পিছত কিম উত্তৰ কোৰিয়াৰ নেতা হয়। সেই পৰম্পৰা অনুসৰণ কৰি, তেওঁ তেওঁৰ কন্যাক দেশৰ সৰ্বোচ্চ পদৰ বাবে প্ৰস্তুত কৰি আছে। কিমে তেওঁৰ কন্যাক প্ৰথমবাৰৰ বাবে মিছাইল উৎক্ষেপণ অনুষ্ঠানত ৰাজহুৱাকৈ আনিছিল। তেতিয়াই অনুমান আৰম্ভ হৈছিল যে এই ছোৱালীজনীয়েই দেশখনৰ ভৱিষ্যত ৰাষ্ট্ৰপতি নেকি?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd