• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহেন্দ্ৰ সিং ধোনীক মেন্টৰৰ প্ৰস্তাৱ! প্ৰাক্তন কেপ্টেইন কুলক ডাঙৰ দায়িত্ব দিবলৈ আগ্ৰহী ব’ৰ্ড?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2025 8:46 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহেন্দ্ৰ সিং ধোনী! পৰিসংখ্যাগতভাৱে ভাৰতৰ সফল অধিনায়ক। তেওঁ নিজৰ সময়ছোৱাত উপলব্ধ আইচিচিৰ সকলো ট্ৰফী লাভ কৰিছে। তেওঁৰ জনপ্ৰিয়তা আকাশলংঘী। এইবাৰ ভাৰতীয় ক্ৰিকেটত ধোনীক ডাঙৰ দায়িত্ব অৰ্পণৰ প্ৰস্তাৱ দিয়া হৈছে। একাধিক খবৰ অনুসৰি ধোনীক ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে অল-ফৰ্মেট মেণ্টৰ হিচাপে দায়িত্ব অৰ্পণৰ প্ৰস্তাৱ দিছে।

বিগত সময়ত ধোনীয়ে ২০২১ চনৰ টি-২০ বিশ্বকাপত ভাৰতীয় দলটোক কিছু সময়ৰ বাবে মেণ্টৰিঙৰ দায়িত্ব চম্ভালিছিল। অৱশ্যে খবৰ অনুসৰি এইবাৰ ধোনীক বহুত ডাঙৰ দায়িত্ব অৰ্পণ কৰিব বিচৰা হৈছে।

Apply Now

সেই প্ৰতিবেদন অনুসৰি মহিলা ক্ৰিকেটাৰ আৰু যুৱসকলকো গ্ৰুমিং কৰি পৰৱৰ্তী প্ৰজন্মৰ তাৰকা হিচাপে গঢ়ি তোলাৰ দায়িত্ব ধোনীৰ ওপৰত থাকিব। এই ভূমিকাত ধোনী অতি ফলপ্ৰসূ হ’ব বুলি ব’ৰ্ডৰ বিশ্বাস। অৱশ্যে এই দায়িত্ব দিবলৈ ধোনীয়ে একেবাৰেই আগ্ৰহী নহয় বুলি খবৰ ওলাইছে। কিন্তু কাৰণ কি?

একেটা প্ৰতিবেদনতে দাবী কৰা হৈছে যে যেতিয়ালৈকে গৌতম গম্ভীৰ তিনিওটা ফৰ্মেটতে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হৈ থাকে তেতিয়ালৈকে ধোনীয়ে এনে কোনো ভূমিকা গ্ৰহণ কৰিবলৈ অনিচ্ছুক।

দাবী কৰা হৈছে যে তেওঁলোকৰ খেলৰ কেৰিয়াৰত দুয়োৰে মাজত থকা মনোমালিন্যৰ বাবে ধোনীয়ে গম্ভীৰৰ সৈতে ভাগ কৰা যিকোনো ধৰণৰ দায়িত্ব ল’বলৈ অনিচ্ছুক। লগতে শুনা যায় যে ধোনীয়ে বৰ্তমান মেন্টৰ হোৱাতকৈ পৰৱৰ্তী আই পি এল ছিজনৰ বাবে নিজকে ফিট কৰি ৰখাৰ প্ৰতিহে বেছি আগ্ৰহী।

অৱশ্যে আই পি এল ২০২৬ত ধোনীৰ অংশগ্ৰহণ একেবাৰে নিশ্চিত নহয়। তেওঁ এইবাৰ বাৰে বাৰে যেতিয়া তেওঁৰ অৱসৰৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল, তেতিয়া তেওঁ কৈছিল যে আই পি এল খেলিব নে নাই সেইটো তেওঁ নহয়, কিন্তু তেওঁৰ শৰীৰে ল’ব। তেওঁৰ ফিটনেছ কেনেকুৱা সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ পৰৱৰ্তী ছিজনত খেলিব নে নাই সেইটো সিদ্ধান্ত ল’ব।

কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল। ইয়াত ধোনীয়ে নিজৰ ফিটনেছৰ বিষয়ে কোৱা শুনা যায়, “ডাক্তৰে মোক কৈছে যে মই আগন্তুক পাঁচ বছৰলৈকে খেলি থাকিব পাৰিম, কিন্তু কেৱল চকুৰে। বাকী মোৰ শাৰীৰিক ফিটনেছক এতিয়াও প্ৰমানপত্ৰ দিয়া হোৱা নাই। আৰু মইতো চকুৰে ক্ৰিকেট খেলিব নোৱাৰিম।” অৰ্থাৎ বহু আগতে ৪০ বছৰৰ সীমা অতিক্ৰম কৰা ধোনীৰ পৰৱৰ্তী আই পি এলত অংশগ্ৰহণক লৈ অনিশ্চয়তা অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd