• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বয়সতকৈ সৰু যুৱকেৰে কিয় প্ৰেমত পৰে মহিলাই? গৱেষণাত চাঞ্চল্যকৰ তথ্য ফাদিল!

ৰোমাঞ্চকৰ যৌন সম্পৰ্কৰ প্ৰতি আগ্ৰহী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2023 1:40 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি সমাজে নিৰ্ধাৰণ কৰা কিছুমান নিয়মৰ ভিতৰত থাকি আমাৰ সম্পৰ্কক বান্ধি ৰাখিব বিচাৰো। সেইবাবেই প্ৰেমৰ সম্পৰ্কত দুজন সংগীৰ বয়সৰ পাৰ্থক্য আমাৰ বাবে বাৰে বাৰে গুৰুত্বপূৰ্ণ হৈ পৰে। বহুতে ভাবে যে পুৰুষ সংগীজন প্ৰেয়সীতকৈ ডাঙৰ হ’ব লাগিব, যেন কোনো অলিখিত নিয়ম আছে! কিন্তু সময়ৰ সোঁতত ই যেন ক্ৰমাৎ সলনি ধৰিছে।

নিয়মৰ বান্ধোনৰ পৰা সম্পৰ্কটো মুক্ত কৰি বয়স নিৰ্বিশেষে নিজৰ পছন্দৰ পুৰুষৰ সৈতে নিজৰ জীৱনটো কটোৱাৰ বাবে বহু নাৰীয়ে সাহসী সিদ্ধান্ত লৈছে। এনে সাহিকতাৰ উদাহৰণ সমাজত বৃদ্ধি পালেও কিন্তু এই প্ৰশ্নটো এতিয়া সঘনাই উত্থাপন হয়, কিয় বহু মহিলাই নিজতকৈ কম বয়সীয়া পুৰুষক প্ৰেমিক হিচাপে বাছি ল’ব বিচাৰে?

বিভিন্ন অধ্যয়নত ইয়াৰ সৈতে জড়িত কেইবাটাও তথ্য প্ৰকাশ পাইছে। বহু মহিলাই কম বয়সীয়া পুৰুষৰ প্ৰেমত পৰাৰ কাৰণ বিচাৰি বহুতে গৱেষণা কৰিছে। জাৰ্ণেল অৱ চেক্স ৰিচাৰ্চ চেলেঞ্জত প্ৰকাশিত এক গৱেষণা পত্ৰতো এই সম্পৰ্কীয় বহু তথ্য উল্লেখ কৰা হৈছে। ৩০ৰ পৰা ৬০ বছৰ বয়সৰ ৫৫ গৰাকী মহিলাৰ ওপৰত কৰা অধ্যয়ন এই গৱেষণা পত্ৰত সন্নিৱিষ্ট কৰা হৈছে। কোৱা হৈছে যে নাৰীগৰাকীয়ে তেওঁলোকৰ অতি কমেও পাঁচ বছৰ সৰু পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল।

Apply Now

ৰোমাঞ্চকৰ যৌন সম্পৰ্কৰ প্ৰতি আগ্ৰহী :

সেই অধ্যয়নত কেইবাটাও কাৰকৰ উল্লেখ কৰা হৈছিল। বহু মহিলাই সমাজে জাপি দিয়া পুৰণি নীতি-নিয়মৰ পৰা ওলাই আহিব বিচাৰে। এই কাৰণেই তেওঁলোকে বয়সস্থ পুৰুষ সংগী নিবিচাৰে। মূলতঃ তেওঁলোকে সোঁতৰ বিপৰীতে খোজ কাঢ়িব বিচাৰে। লগতে সেই মহিলাসকল নিজৰ যৌন জীৱনৰ প্ৰতি সচেতন। তেওঁলোকে ভাবে যে নিজতকৈ সৰু পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰাটো হয়তো অধিক ৰোমাঞ্চকৰ হ’ব!

আত্মবিশ্বাস বৃদ্ধি :

অধ্যয়নত দেখা গৈছে যে কম বয়সীয়া পুৰুষৰ সৈতে সম্পৰ্কত থাকিলে মহিলাৰ আত্মবিশ্বাস বাঢ়ি যায়। আনকি তেওঁলোকৰ বহুতেই বিশ্বাস কৰে যে বয়সৰ সত্ত্বেও তেওঁলোকৰ মাজত কিছুমান ‘যাদু’ আছে যিয়ে সকলোকে তেওঁলোকৰ প্ৰতি আকৰ্ষণ কৰে। বহু মহিলাই অনুভৱ কৰে যে নিজতকৈ সৰু যুৱক সৈতে সময় কটালে নিজকে তৰুণ যেন লাগে।

অন্য দুই কাৰক :

বহু মহিলাই একে বয়সৰ পুৰুষক ভাল নাপায়। একে বয়সৰ বা তাতকৈ অধিক বয়সৰ পুৰুষৰ সৈতে জীৱন এটা কল্পনা কৰিব নিবিচাৰে। মানসিক সামঞ্জস্যৰ অভাৱৰ বাবে কম বয়সতে কম বয়সীয়া পুৰুষৰ লগত প্ৰেমৰ সম্পৰ্কত লিপ্ত হয়।

প্ৰেমিকৰ পৰা নাৰীয়ে গভীৰভাৱে গুৰুত্ব লাভ কৰাতো আশা কৰে, তেওঁলোকে নিজতকৈ কম বয়সীয়া পুৰুষৰ মাজত সেয়া দেখা যায়। ইফালে বয়সত ডাঙৰ বা সমবসয়ৰ পুৰুষে এই ক্ষেত্ৰত আত্মসন্মানত আঘাত পোৱাৰ সম্ভাৱনা থাকে আৰু বেছিভাগ ক্ষেত্ৰতে সম্পৰ্ক ভাঙি যোৱাৰ সম্ভাৱনা থাকে।

পছন্দৰ ব্যক্তিজনৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ সময়ত তেওঁৰ চৰিত্ৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয়। তেওঁ আপোনাক সন্মান কৰে নে নকৰে সেয়াও মন কৰিবলগীয়া। তেওঁৰ লগত জীৱনৰ সূতা বান্ধি দিয়াৰ আগতে নানান কামৰ যত্ন ল’ব লাগে। কিন্তু সংগীৰ বয়স আপোনাৰ প্ৰেমত বাধা হ’ব নালাগে! বয়স মাত্ৰ এটা সংখ্যা, সেইটো পাহৰি নাযাব। সমাজৰ নিয়মৰ পৰা ওলাই আহক আৰু জীৱনটো উপভোগ কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd